খেল

July 25, 2024 6:55 PM

views 28

গুৱাহাটী চিটী ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ডবা প্রতিযোগিতাৰ সামৰণি

গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত থকা শিক্ষাভৱনত গুৱাহাটী চিটী ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ৭ বছৰ অনূর্ধ, ১১ বছৰ আৰু ১৫ অনূর্ধ শাখাৰ বাবে ডবা প্রতিযোগিতাৰ আজি সামৰণি পৰে। ৭ বছৰ তলৰ ল'ৰাৰ শাখাত আদ্বিক বণিকে চেম্পিয়নৰ খিতাপ লাভ কৰে। আনহাতে জিছান কাশ্যপে টাইব্রেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান আৰু ৰেবংশ শৰ্মাই ...

July 25, 2024 5:50 PM

views 24

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰতে কাইলৈ হবলগীয়া প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে একেদিনাই হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত শ্ৰীলংকা পাকিস্তানৰ মুখামুখি হ'ব। আয়োজক দেশ শ্রীলংকাই কালি প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখ...

July 25, 2024 11:00 AM

views 24

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত শ্রীলংকাৰ বিৰুদ্ধে থাইলেণ্ড ১০ উইকেটত পৰাস্ত

আয়োজক দেশ শ্রীলংকাই কালি ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৯৩ৰাণ কৰে। থাইলেণ্ডৰ হৈ নন্নাপট কোনচৰোএনকাইয়ে ৫৩ট...

July 25, 2024 10:53 AM

views 18

পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনীৰ এদিন পূৰ্বে আজি ভাৰতৰ নিজৰ অভিযান আৰম্ভ

ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি নিজৰ অভিযান আৰম্ভ কৰিব। ভাৰতৰ দিপীকা কুমাৰী, অংকিতা ভকত, ভজন কৌৰ, বি ধীৰাজ, তৰুণদ্বীপ ৰায় আৰু প্ৰবীণ যাদৱে আৰ্চাৰীৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰ্চাৰীৰ পৰৱৰ্তী পৰ্যায়ৰ খেলসমূহ অহা ২৮ জুলাইৰ পৰা ৪ আগষ্টলৈ খে...

July 24, 2024 7:57 PM

views 20

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক পৰাস্ত বাংলাদেশৰ

বাংলাদেশে আজি শ্ৰীলংকাৰ ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত মালয়েছিয়াক ১১৪ ৰাণত পৰাস্ত কৰে। মালয়েছিয়াই ১৯২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ৭৭ ৰাণ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে বাংলা...

July 24, 2024 10:41 AM

views 28

মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে কালি শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত নেপালক ৮২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। নেপালে ১৭৯ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯৬ ৰাণ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দিপ্তী ...

July 23, 2024 5:58 PM

views 30

সুমিত নাগল অষ্ট্ৰিয়া অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগলে অষ্ট্ৰিয়া অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নাগলে কালি প্ৰতিযোগিতাৰ এখন খেলত শ্ল’ভাকিয়াৰ লুকাছ ক্লেনক ৬-৪, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে। খেলুৱৈগৰাকী কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত স্পেইনৰ পেড্ৰ' মার্টিনেজৰ সন্মুখীন হ'ব।

July 23, 2024 10:37 AM

views 23

স্কটলেণ্ডৰ ছাৰ্লি কাছেলৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিষেক মেচত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখ

স্কটলেণ্ডৰ ছাৰ্লি কাছেলে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিষেক মেচত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখ গঢ়িছে। বেগী বলাৰগৰাকীয়ে কালি পুৰুষৰ আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ লীগ-২ত ডাণ্ডিত ওমানৰ বিৰুদ্ধে ২১ ৰানত ৭টা উইকেট দখল কৰে। কাছেলে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ ৰাবাডাই ২০১৬ চনত বাংলাদেশৰ ...

July 23, 2024 10:35 AM

views 33

অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাক কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ অভিনন্দন জ্ঞাপন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই অলিম্পিক আন্দোলনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই কৃতিত্বই সমগ্ৰ দেশকে গ...

July 23, 2024 10:27 AM

views 23

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত- নেপালৰ মুখামুখি

ভাৰত আজি মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত হ'বলগীয়া গ্রুপ-এৰ এখন খেলত নেপালৰ মুখামুখি হ'ব। খেলখন শ্ৰীলংকাৰ ডাম্বুলাত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। গ্রুপ-এত ভাৰতে আটাইকেইখন খেলতেই জয়ী হৈ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে পূৰ্বৰ খেল দুখনত পাকিস্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।