খেল

July 27, 2024 9:29 PM

views 25

মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত বনাম শ্ৰীলংকা

মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে আৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থক...

July 27, 2024 12:22 PM

views 14

ফ্ৰান্সত আৰম্ভ পেৰিছ অলিম্পিক-২০২৪

পেৰিছ অলিম্পিক ২০২৪, যোৱানিশাৰে পৰা ফ্ৰান্সত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে বতৰে বিধি পথালি দিয়াৰ পাছতো অগণন দৰ্শকে অনুষ্ঠান উপভোগ কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে পেৰিছৰ চেইন নদীত প্রায় ৭ হাজাৰ খেলুৱৈয়ে নাৱেৰে পেৰেড কৰা এটা অগতানুগতিক অনুষ্ঠানত পেৰিছ অলিম্পিক গেমছ ২০...

July 27, 2024 12:14 PM

views 23

মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তানক ৩ উইকেটত পৰাস্ত শ্ৰীলংকাৰ

শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থকা অৱস...

July 27, 2024 11:55 AM

views 46

কোকৰাঝাৰত ৩০ জুলাইৰ পৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অহা ৩০ জুলাইৰ পৰা ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৩৩সংখ্যক এই প্রতিযোগিতাখনক লৈ আয়োজক সমিতিয়ে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। বি টি চিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োৱে কালি এখন সংবাদমেলত কয় যে, এইবাৰৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিবলগীয়া দল...

July 27, 2024 11:54 AM

views 16

শ্ৰীলংকাত আজি ভাৰত-শ্ৰীলংকাৰ প্ৰথম টি-২০ মেচ

শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আজি তিনিখনীয়া টি২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব।

July 26, 2024 7:56 PM

views 28

ভাৰতীয় মহিলা ক্ৰিকেট দল এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে। খেলখনত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১ অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৮৩ ৰান সং...

July 26, 2024 7:52 PM

views 37

ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় ১০ হাজাৰ ৫০০ গৰাকী খেলুৱৈক ১০০ খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থল সমূহৰ ওচৰ...

July 26, 2024 12:28 PM

views 26

পেৰিছৰ শ্বেন নৈৰ পাৰত আজি নিশা ১১ বজাত পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান

২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহ আজি আৰম্ভ হ'ব। পেৰিছৰ শ্বেন নৈৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত এই ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প...

July 26, 2024 12:06 PM

views 15

মহিলাৰ এছিয়া কাপ টি২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত আজি ভাৰত-বাংলাদেশৰ মেচ

মহিলাৰ এছিয়া কাপ টি২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত ভাৰত আজি বাংলাদেশৰ মুখামুখি হ’ব। শ্ৰীলংকাৰ ৰানগিৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাত আৰম্ভ হব। প্ৰতিযোগিতাত বৰ্তমানলৈ অপৰাজেয় ভাৰত গ্ৰুপ এৰ শীৰ্ষত থকাৰ বিপৰীতে বাংলাদেশ গ্ৰুপ বিৰ দ্বিতীয় পৰ্যায়ত ...

July 25, 2024 8:27 PM

views 20

পেৰিছ অলিম্পিকত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলৰ অভিযান আৰম্ভ

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে ভাৰতৰ মহিলাৰ আৰ্চাৰী দলে আজি সুন্দৰ প্ৰদৰ্শনেৰে অভিযান আৰম্ভ কৰিছে। দলটোৱে ৰেংকিং ৰাউণ্ডত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰত আয়োজক দেশ ফ্রান্স আৰু নেডাৰলেণ্ডছৰ মাজৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ বিপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।