June 1, 2024 3:00 PM
28
অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি
কাইলৈ হ’বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি চলি আছে। এই দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ কাইলৈ অৰ্থাৎ ২ জুনত অন্ত পৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ ...