আঞ্চলিক সংবাদ

June 11, 2024 9:11 PM

views 19

বিভিন্ন অপৰাধমূলক ঘটনাৰ ভুক্তভোগীক ক্ষতিপূৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন অপৰাধমূলক ঘটনাৰ বলি হোৱা ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰা বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই নির্দেশ প্রদান কৰে। ন্যায়ালয়ৰ নিৰ্দেশ অ...

June 11, 2024 8:46 PM

views 23

জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলজীৱন মিছনৰ বিষয়া আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ সৈতে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ পৰ্যালোচনা সভা

ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলজীৱন মিছনৰ বিষয়াসকল আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ উপস্থিতিত অসমত জলজীৱন মিছন আৰু ইয়াৰ লগত সম্পৰ্ক থকা নলীযুক্ত পানীযোগান আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। কালি অনুষ্ঠিত পর্যালোচনা বৈঠকত প্রকাশ পোৱা মতে বৰ্তমানলৈকে ১৪ হাজাৰ ১৫১খন নলীযু...

June 11, 2024 8:45 PM

views 13

ৰাজ্যৰ বিভিন্ন জিলাত যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে বি চি জি প্রতিষেধক প্রদান আৰম্ভ

যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত বি চি জি প্রতিষেধক প্রদান কৰা হৈছে। যক্ষ্মা নিবাৰণ শাখাই ২০২১ চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিশেষ কাৰণত বাঁও বাহুৰ ছিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব । প্রাপ্তবয়স্ক যিকোনো সুস্থ...

June 11, 2024 8:43 PM

views 18

তিনিচুকীয়াত সম্ভাব্য বান পৰিস্থিতিত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ বাবে তৎপৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ

সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত খাদ্য আৰু অসামৰিক যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে কালি এই সন্দৰ্ভত অসামৰিক যোগান বিভাগ, ভাৰতীয় খাদ্য নিগম, ৰে'ল বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকল, অত্যাৱশ...

June 11, 2024 8:42 PM

views 11

ৰাজ্যৰ কৃষকৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ লগতে কৃষি বিভাগৰ অন্যান্য জনকল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু ৰহমৰীয়া কৃষি চক্ৰৰ লগতে জয়পুৰ কৃষি চক্ৰতো কৃষি বিভাগে কৃষকসকলৰ মাজত প্রধা...

June 11, 2024 8:41 PM

views 7

জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

মৰিগাঁও জিলাৰ জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষক ...

June 11, 2024 12:12 PM

views 21

অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ

সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'ব। অসম সাঁতোৰ সন্থাৰ এখন সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্থাৰ উপ-সভাপতি দেৱকুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্পাদক ভাস্কৰ ৰঞ্জন দাসে চলিত বৰ্ষৰ বিভিন্ন জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ সূচী ঘোষ...

June 11, 2024 12:09 PM

views 25

মাজুলীৰ কৃষকসকলে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব : জিলা কৃষি বিভাগ

মাজুলী জিলাৰ কৃষকসকলে ন্যূনতম সমর্থন মূল্যত সৰিয়হ বিক্ৰীৰ বাবে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব। সৰিয়হ ক্ৰয়ৰ সৈতে জড়িত সংস্থা নাফেডৰ তৰফৰ পৰা জিলা কৃষি বিভাগে অৱগত কৰিছে। সেয়েহে কৃষকসকলক নির্দিষ্ট সময়ৰ ভিতৰত সৰিয়হ ক্রয় কেন্দ্ৰত সৰিয়হ জমা দিবলৈ কৃষি বিভাগে আহ্বান জনাইছ...

June 11, 2024 12:03 PM

views 17

ডেংগু, মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাৱ ৰোধ সন্দৰ্ভত যোৰহাটত গুৰুত্বপূৰ্ণ সভা

বাৰিষাৰ সময়ছোৱাত ডেংগু, মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ প্রাদুর্ভাব ৰোধ কৰাৰ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা টাক্স ফোৰ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত সহয়। জিলা আয়ুক্তৰ সভাপতিত্ব আয়োজিত সভাখনত বিভিন্ন ৰোগৰ নিয়ন্ত্ৰণ তথা নিৰাময়ৰ দিশসমূহৰ ওপৰত আলোচনা কৰা হয় ৷ সভাত ভ...

June 11, 2024 11:46 AM

views 22

নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনৰ অভিমত

নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনে অভিমত প্রকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ কালি প্ৰচাৰিত চলন্তিকা অনুষ্ঠানত অধিবক্তাগৰাকীয়ে অহা ১ জুলাই পৰা কাৰ্যকৰী হ'বলগীয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।