আঞ্চলিক সংবাদ

June 12, 2024 1:09 PM

views 27

গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসমৰ চাহবাগিচাসমূহৰ লোকসকলৰ স্বাস্থ্য সেৱা সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে কালি গুৱাহাটীত ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু হন্স ফাউণ্ডেশ্যনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে হন্স ভ্রাম্যমাণ চিকিৎসা ইউনিট প্রকল্পই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰ...

June 12, 2024 1:07 PM

views 32

গোলাঘাটত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

কৃষি মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰে। তেওঁ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দিষ্ট সময়-সীমাৰ ভিতৰ...

June 12, 2024 12:53 PM

views 44

১ জুলাইত গোৱালপাৰা জিলা দিৱস উদযাপন

অহা ১ জুলাইত গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে জিলা প্ৰশাসনে জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰে।

June 12, 2024 12:49 PM

views 28

অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত

অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য বিষয়া হিচাপে কাৰ্যবাহী সঞ্চালক ৰূপজ্যোতি ফুকন নির্বাচিত হৈছে। অহা ৩১ আগষ্টত বৰ্তমানৰ অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হকে অৱসৰ গ্ৰহণ কৰাৰ পাছত অহা ১ ছেপ্তেম্বৰৰ পৰা ৰূপজ্যোতি ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰিব।

June 12, 2024 12:04 PM

views 46

কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মৰাভিঠা আৰু দীঘলকুছিত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আই আই এমৰ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। এই প্রতিষ্ঠানখন কাৰ্যক্ষম হৈ উঠিলে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চ...

June 11, 2024 9:10 PM

views 39

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে সামুদ্রিক অমৃত কাল ভিজন ২০৪৭ত সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্র্যালয়ে সামুদ্রিক অমৃত কাল ভিজন ২০৪৭ত কল্পনা কৰা সামগ্রিক বিকাশৰ দিশত সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব। কালি নতুন দিল্লীত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি শ্ৰী সোণোৱালে তেওঁৰ...

June 11, 2024 8:53 PM

views 19

উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক অহা শিক্ষাবৰ্ষৰ পৰা বছৰত দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ অনুমতি প্ৰদান কৰিবলৈ ইউজিচিৰ বিশেষ সিদ্ধান্ত গ্রহণ

বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) অহা শিক্ষাবৰ্ষৰ পৰা উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক বছৰত দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ অনুমতি প্ৰদান কৰিবলৈ এটা বিশেষ সিদ্ধান্ত গ্রহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মানুসাৰে বৰ্তমানে বছৰত এবাৰেই শিক্ষার্থীৰ নামভৰ্তিকৰণৰ ব্যৱস্থা আছে। বিশ্ববিদ্যালয় অনুদা...

June 11, 2024 8:52 PM

views 25

নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ বিধায়ক পদ ত্যাগ

নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে আজি বিধায়ক পদ ত্যাগ কৰে। অসম বিধানসভাৰ চেণ্ট্ৰেল হলত আয়োজিত এটা অনুষ্ঠানত সাংসদগৰাকীয়ে অসম মাতৃৰ সেৱা কৰাৰ ক্ষেত্ৰত অনাগত দিনত বিধায়িনী দলৰ সতীৰ্থসকলৰ সহায়-সহযোগিতা আশা কৰে।

June 11, 2024 8:51 PM

views 27

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োগৰাকীক অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজি...

June 11, 2024 8:49 PM

views 33

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৈতে চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বিভাগৰ সৈতে চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে এখন সভাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন দাবী সন্দৰ্ভত বিতং আলোচনা কৰে। সভাত এই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, প্ৰভিডেণ্ড ফাণ্ডৰ সুবিধা আদিকে ধৰি অন্যান্য সা-সুবিধা প্ৰদানৰ লগতে তেওঁলোকৰ কাৰ্যকাল ৬...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।