আঞ্চলিক সংবাদ

June 13, 2024 11:54 AM

views 29

ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অংশৰ লগতে অসমতো এই দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে - ‘মহিলা সৱলীকৰণৰ বাবে যোগ'। শৰীৰ আৰু মনৰ সুস্থতা ৰক্ষাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই ...

June 13, 2024 11:53 AM

views 27

ৰাজ্যৰ ভিন্ন প্ৰান্তত নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক অষ্টম মৃত্যুবার্ষিকীত স্মৰণ

নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক কালি অষ্টম মৃত্যুবার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হয়। পাঠশালা প্ৰেছ ক্লাব আৰু বজালী বাৰ্তাজীৱী সংঘৰ উদ্যোগত বজালী প্রগতি সংঘৰ বাকৰিত থকা অচ্যুত লহকৰৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে, ৰঙিয়াত মঞ্চ নামৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগতে অচ...

June 13, 2024 11:51 AM

views 28

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা’ত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ’ শীৰ্ষক কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত ‘চলন্তিকা' অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ' শীৰ্ষক কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোত অতিথি হিচাপে যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ডলী দেৱীয়ে।

June 12, 2024 7:55 PM

views 29

২৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাক্সা আৰু গোৱালপাৰা জিলাৰ ২৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় কৰে। সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিজ্ঞান আৰু গণিত বিষয়ৰ মাধ্যমিক শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে আয়োজন কৰা ছদ...

June 12, 2024 7:26 PM

views 29

বিশ্বজুৰি আজি শিশু শ্রম বিৰোধী দিৱস পালন

শিশু শ্ৰমৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি বিশ্বজুৰি শিশু শ্রম বিৰোধী দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৈছে যে অসম চৰকাৰ শিশু সুৰক্ষাৰ দিশত সম্পূৰ্ণৰূপে দায়বদ্ধ। তেওঁ লগতে এই দিনটো...

June 12, 2024 7:18 PM

views 30

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মোহন চৰণ মাঝিৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিয়ে আজি বিয়লি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভূৱনেশ্বৰৰ জনতা ময়দানত আয়োজিত শপতগ্রহণ অনুষ্ঠানত মাঝিৰ উপৰি দুগৰাকী উপ-মুখ্যমন্ত্ৰী কনক বর্ধন সিং দেউ আৰু প্ৰৱতি পৰিদাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ৰাজ্যখনত নবীন পাটনায়ক নেতৃত্বাধীন বিজ...

June 12, 2024 6:16 PM

views 29

অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

দক্ষতা, নিবনুৱা আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মঙলদৈত নির্মীয়মান অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ গুৱাহাটীত থকা অস্থায়ী চৌহদ পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীমল্লবৰুৱাই পৰিদৰ্শনৰ অন্তত সংবাদমাধ্যমৰ আগত কয় যে, অহা জুলাই মাহৰ পৰা দক্ষতা বিকাশৰ ৪টা পাঠ্যক্ৰম আৰম্ভ হ'ব। অসম দক্ষতা বিকাশ ব...

June 12, 2024 6:13 PM

views 30

তৃতীয় লিংগ কল্যাণ বোর্ডৰ বৈঠকত মন্ত্ৰী পীযূষ হাজৰিকাৰ অংশগ্ৰহণ

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই গুৱাহাটীত আজি তৃতীয় লিংগ কল্যাণ বোর্ডৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তৃতীয় লিংগৰ লোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোচনা কৰা হয়। এই লোকসকলক পৰিচয় পত্ৰ প্ৰদানকে ধৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ...

June 12, 2024 6:02 PM

views 22

বৰপেটাত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ কাম-কাজৰ ক্ষেত্রভিত্তিক পর্যালোচনা

কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি বৰপেটা জিলাৰ জনীয়াত পঞ্চায়ত পৰ্যায়ত ৰূপায়ণ হোৱা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ কাম-কাজৰ ক্ষেত্রভিত্তিক পর্যালোচনা কৰে। সচিবগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ লগতে আনুসংগিক বিভিন্ন বিষয় সন্দৰ্ভত চালি-জাৰি চায়। তেওঁ লগতে জলজীৱন ম...

June 12, 2024 2:18 PM

views 37

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে, ৰাজ্যৰ মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।