আঞ্চলিক সংবাদ

October 26, 2024 6:19 PM October 26, 2024 6:19 PM

views 8

পোহৰৰ উৎসৱ দীপান্বিতা আৰু কালী পুজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

পোহৰৰ উৎসৱ দীপান্বিতা আৰু কালী পুজাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিভিন্ন জিলা প্ৰশাসনে সুৰক্ষিতভাৱে দীপান্বিতা উদযাপনৰ বাবে সজাগতাৰ সৃষ্টি কৰিছে। এই উৎসৱৰ সময়ত দুৰ্ঘটনাৰ পৰা হাত সাৰি থকাৰ লগতে জুইয়ে পোৰাৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ জ্যেষ্ঠ চিকিৎসক ডাঃ হীতেশ বৰুৱাই জনসাধাৰণৰ প্...

October 26, 2024 6:16 PM October 26, 2024 6:16 PM

views 29

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ইয়াৰ লগতে তেওঁ চামগুৰি সমষ্টিৰ বিজে...

October 26, 2024 6:14 PM October 26, 2024 6:14 PM

views 11

কাইলৈ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা চাৰে ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ ল...

October 26, 2024 1:38 PM October 26, 2024 1:38 PM

views 11

ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ ছ’জে কয় যে, ইউক্রেইনত আন্তঃৰাষ্...

October 26, 2024 1:37 PM October 26, 2024 1:37 PM

views 5

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নিৰ্বাচনৰ বাবে ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিছে। কালি অন্তিম দিনটোত আটাইকেইটা ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কালি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা...

October 26, 2024 1:35 PM October 26, 2024 1:35 PM

views 14

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা, পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা

কাইলৈ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা চাৰে ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা বিবৃতিযোগে এই কথা সদৰি কৰাৰ ল...

October 26, 2024 1:34 PM October 26, 2024 1:34 PM

views 3

ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আহ্বান

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে, ইয়াৰ জৰিয়তে মহিলাসকলৰ অভিজ্ঞতাসমূহ প্ৰকাশ পাব আৰু সিদ্ধান্ত গ্ৰহণত যথেষ্ট সহায়ক হ'ব। মুখ্য ন্...

October 26, 2024 1:33 PM October 26, 2024 1:33 PM

views 1

বিশিষ্ট সাহিত্যক, ‘বিস্ময়’ৰ প্ৰকাশক তথা প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট সাহিত্যক তথা জনপ্রিয় আলোচনী বিস্ময়ৰ প্ৰকাশক তথা প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ কালি দেহাৱসান ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সাহিত্যিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৮ বছৰ। বিশ্বনাথ চাৰিআলিত জন্মগ্ৰহণ কৰা প্ৰয়াত ফুকনে বিগত পাঁচটা দশক ধৰি বিস্...

October 26, 2024 1:32 PM October 26, 2024 1:32 PM

views 13

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড । আকাশবাণী - দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শ...

October 26, 2024 1:30 PM October 26, 2024 1:30 PM

views 3

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ গুৱাহাটীত উপস্থিত হ’ব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত তেওঁৰ সন্মানার্থে আয়...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।