আঞ্চলিক সংবাদ

November 3, 2024 7:54 PM November 3, 2024 7:54 PM

views 8

অসমৰ বিভিন্ন জিলাত ভাষা গৌৰৱ সপ্তাহ উদযাপন

বজালী জিলাত পাঠশালা সাহিত্য সভা আৰু বজালী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কথিত ভাষাতো অসমীয়া শব্দৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা শোভাযাত্ৰাত অংশগ...

November 3, 2024 6:31 PM November 3, 2024 6:31 PM

views 10

নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কৃষি মন্ত্ৰী অতুল বৰাৰ আহ্বান

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি আজিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। এই উদযাপনত অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত আজি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি...

November 3, 2024 12:54 PM November 3, 2024 12:54 PM

views 7

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰে এখন নির্দেশনাযোগে প্রকাশ কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভন্নমে কালি কাছাৰ, বঙাইগাওঁ, বিশ্বনাথ, চিৰাং ...

November 3, 2024 12:34 PM November 3, 2024 12:34 PM

views 6

নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিসূচনা জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই থকা গোচৰসমূহৰ ক্ষেত্ৰত এজাহাৰ, অভিযোগনামা, চূড়ান্ত ...

November 3, 2024 12:25 PM November 3, 2024 12:25 PM

views 15

১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বৰ্ধনা জ্ঞাপন

জাহাজ পৰিবহণ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত কালি ১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত এই প্রতিযো...

November 3, 2024 12:15 PM November 3, 2024 12:15 PM

views 5

ৰাজ্য চৰকাৰে মাজুলীৰ প্ৰতিখন ৰাস সমিতিলৈ পুনৰ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত আর্থিক সাহায্য আগবঢ়াব

ৰাজ্য চৰকাৰে মাজুলীৰ প্ৰতিখন ৰাস সমিতিলৈ পুনৰ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত আর্থিক সাহায্য আগবঢ়াব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে, প্ৰতিখন ৰাস সমিতিলৈ চৰকাৰে আগবঢ়াব খোজা ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ সৈতে এই ধনৰাশি যোগ হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে...

November 3, 2024 12:07 PM November 3, 2024 12:07 PM

views 10

বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল

তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুম...

November 3, 2024 11:27 AM November 3, 2024 11:27 AM

views 11

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমর্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্ৰজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বা...

November 3, 2024 12:50 PM November 3, 2024 12:50 PM

views 8

অসম চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰ...

November 2, 2024 7:31 PM November 2, 2024 7:31 PM

views 10

গোসাইগাঁৱৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিৰ যৌথ অভিযানত ২ টা বন্দুক উদ্ধাৰ

গোসাইগাওঁ মহকুমাৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিয়ে যৌথ অভিযান চলাই দুটা বন্দুক উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে কচুগাওঁ থানাৰ অন্তৰ্গত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ টাকামপুৰৰ হাবিৰ মাজত চোৰাংচোৱাই দুৰ্বৃত্তই এই অস্ত্র শস্ত্ৰ খিনি লুকাই ৰখাৰ তথ্য লাভ কৰাৰ পাছতেই এই অভিযান চলোৱা হয়। ঘটনা সংক্ৰ...