আঞ্চলিক সংবাদ

November 4, 2024 12:53 PM November 4, 2024 12:53 PM

views 6

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা জিয়াৰুল ইছলামক অন্ধ্র প্রদেশত কৰায়ত্ব

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা ১১ অক্টোবৰৰ নিশা পলায়ন কৰা পাঁচজন কয়দীৰ অন্যতম জিয়াৰুল ইছলামক কালি অন্ধ্র প্রদেশত মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰে। মৰিগাঁও আৰক্ষীৰ এটা দলে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ চুল্লুৰুপেটা থানাৰ অন্তৰ্গত এটা গোপন স্থান অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই জিয়াৰুল ইছ...

November 4, 2024 12:52 PM November 4, 2024 12:52 PM

views 7

লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাত পংকজ শৰ্মা আৰু চিৰঞ্জীত দত্ত চূড়ান্ত বিজয়ী সন্মান লাভ

বিশ্ববৰেণ্য শিল্পী ডº ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডº বাণীকান্ত কাকতি প্রেক্ষাগৃহত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত লুইতৰ পৰা মিছিছিপি হৈ শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কুইজ প্রতিযোগিতা...

November 4, 2024 12:50 PM November 4, 2024 12:50 PM

views 7

ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত কালি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি ...

November 4, 2024 12:47 PM November 4, 2024 12:47 PM

views 19

অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক...

November 4, 2024 12:38 PM November 4, 2024 12:38 PM

views 4

আকাশবাণীৰ পাব্লিক স্পীকত আজি চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ, এই সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ সঞ্চালক ৰূপা এম আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী...

November 3, 2024 7:32 PM November 3, 2024 7:32 PM

views 5

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে আজি নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ এখন সংবাদমেল অনুষ্ঠিত হয়। ‘Ethos of peace and harmony an integral part for nation building' শীর্ষক বিষয়বস্তুৰে ১৫ আৰু ১৬ নৱেম্বৰত দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰিবলগীয়া বড়োলেণ্ড মহোৎসৱৰ বিষয়ে আজিৰ সং...

November 3, 2024 7:09 PM November 3, 2024 7:09 PM

views 11

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশ লৈ এই ধবজাবাহী আঁচনিখন ৰূপায়ণৰ পৰ্যালোচনা কৰে। তেওঁ যোগ্য হিতাধি...

November 3, 2024 7:28 PM November 3, 2024 7:28 PM

views 3

অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন; কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ৰাজ্যৰ প্ৰথমখন চিকিৎসা প্রতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছাত্র সমাজৰ সৈতে মত বিনিময় কৰে। অসম চিকিৎসা মহা...

November 3, 2024 6:41 PM November 3, 2024 6:41 PM

views 4

ভাতৃ দ্বিতীয়া উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন

ভাতৃ-ভগ্নীৰ পৱিত্ৰ বান্ধোনৰ নিদৰ্শনস্বৰূপ ভাতৃ দ্বিতীয়া, ভাইদুজ বা ভাইফোটা উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক অতুলনীয়। চেনেহ জৰিৰে গঁথা এই সম্পৰ্কই এখন ঘৰ আ...

November 3, 2024 6:39 PM November 3, 2024 6:39 PM

views 12

ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসম চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে আৰু ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুৰ্নীতি ৰোধ কৰাৰ বাবে নীতিৰ সংস্কাৰ সাধনৰ উপৰি দুৰ্নীতিত লিপ্ত বিষয়াসকলক চিনাক্ত কৰি শাস্তি বিহাৰ ব্যৱস্থাও কৰা হৈছে বুলি তেওঁ উল্ল...