November 5, 2024 1:18 PM November 5, 2024 1:18 PM
7
বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ
ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি ধলাই বিধানসভা সমষ্টিত উপ নির্বাচনৰ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ এন এম পি উচ্চতৰ মাধ্য...