আঞ্চলিক সংবাদ

November 6, 2024 12:56 PM November 6, 2024 12:56 PM

views 21

নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতু নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভবেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ কয...

November 6, 2024 12:50 PM November 6, 2024 12:50 PM

views 7

অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰৰে গুৱাহাটীত কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ সমাধান সূত্ৰ বিচাৰি আজি গুৱাহাটীত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গৃহসচিবগৰাকীয়ে কালি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইন...

November 6, 2024 10:34 AM November 6, 2024 10:34 AM

views 13

উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

■ ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত...

November 6, 2024 10:30 AM November 6, 2024 10:30 AM

views 10

গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণাৰ অধিসূচনা বাতিলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ অধিসূচনা বাতিল কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে। এটা প্রকৃতিপ্রেমী স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে তিনি সপ্তাহৰ ভিতৰত চৰকাৰক এই ...

November 6, 2024 10:25 AM November 6, 2024 10:25 AM

views 8

ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ বৈঠক

■ কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগ...

November 6, 2024 10:19 AM November 6, 2024 10:19 AM

views 16

নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱানিশা নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী নির্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। লোকনিৰ্মাণ বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটী ক্লাবত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণসেতুখন সমাপ্ত পৰিবলগীয়া অংশটোৰ বুজ লয়। সাংবাদিকেৰে হোৱা কথা-বতৰাত তেওঁ...

November 5, 2024 9:01 PM November 5, 2024 9:01 PM

views 12

ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ’ব বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামুদ্রিক অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ আমূল সম্ভাৱনাৰ কথা উল্লেখ কৰি কৈছে যে, ভাৰত অনতিপলমে সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ'ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।...

November 5, 2024 8:56 PM November 5, 2024 8:56 PM

views 3

ৰাজ্যৰ গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গোবিন্দ মোহনৰ গুৰুত্বপূৰ্ণ বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে আজি গুৱাহাটীত ৰাজ্যৰ গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান, গৃহ সচিব আদি জ্যেষ্ঠ বিষয়াসকলে অংশ লোৱা এই বৈঠকত আদিবাসী আৰু কাৰ্বি উগ্ৰপন্থী গোটকে ধৰি কেইবাটাও সংগঠনৰ সৈতে শান্তি চুক্তি ৰূ...

November 5, 2024 8:51 PM November 5, 2024 8:51 PM

views 14

বাক্সাত নাবাৰ্ডৰ উদ্যোগত মৃত শিল্প প্রদর্শন তথা উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

জীৱিকা আৰু উদ্যোগ বিকাশ কাৰ্যসূচীৰ অংশ হিচাপে বাক্সা জিলাৰ চৰ্ণাট আজি নাবাৰ্ডৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ সহযোগত মৃত শিল্প প্রদর্শন তথা উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত নাবাৰ্ডৰ জৰিয়তে আধুনিক পদ্ধতিৰে মৃত শিল্পক এটা নতুন ৰূপ প্ৰদান কৰি ইয়াৰ ৯০ গৰাক...

November 5, 2024 7:12 PM November 5, 2024 7:12 PM

views 8

অসম কৃষি বিশ্ববিদ্যালয়ত খাদ্য সমৃদ্ধিকৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য, বিজ্ঞান আৰু পৰিপুষ্টি বিভাগৰ উদ্যোগত আজিৰে পৰা খাদ্য সমৃদ্ধিকৰণক বিষয়বস্তু হিচাপে লৈ এখন ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত দুদিনীয়া এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি...