December 14, 2024 1:54 PM
18
প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ জে এছ বি অসামৰিক চিকিৎসালয়ত হুলস্থূলীয়া পৰিবেশ
চিৰাং জিলাৰ সদৰ কাজল গাঁৱত থকা জে এছ বি অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে এগৰাকী প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। চিজাৰিয়ান পদ্ধতিত এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছতে প্ৰসূতি মহিলাগৰাকীৰ মৃত্যু হয়। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে জে এছ বি...