আঞ্চলিক সংবাদ

December 15, 2024 7:58 PM

views 13

জাগীৰোডত শীঘ্ৰেই স্থায়ীভাৱে অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰা হ’ব বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য

জাগীৰোডত শীঘ্ৰেই স্থায়ীভাৱে অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰা হ'ব বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি সদৰি কৰিছে। তেওঁ কয় যে পাঁচ বছৰ পূৰ্বে ৰাজ্য চৰকাৰে জাগীৰোডত অগ্নিনির্বাপক বাহিনীৰ কাৰ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছিল যদিও চৰকাৰী ভূমিৰ অভাৱত জাগীৰোডত এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰ...

December 15, 2024 7:52 PM

views 29

অসম সাহিত্য সভাৰ  পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ আশীৰ্বাদৰ লগতে বজালী অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। ইফালে মন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম স...

December 15, 2024 7:45 PM

views 23

এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ'ব বুলি মত প্ৰকাশ কৰিছে। এই বিধেয়কখন আইনত পৰিণত হ'লে দেশত নির্বাচন সম্পৰ্কীয় ব্যয় হ্রাস হ'ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে নিৰ্বাচনী প্ৰচাৰ একে সময়তে হ'লে সকলো পক্ষ উপকৃত হ'ব। সংসদত এই বিধেয়ক সন্দৰ্ভত চৰ্চা ...

December 15, 2024 7:41 PM

views 13

স্মার্ট মিটাৰ ব্যৱহাৰৰ জৰিয়তে বিগত ৯ মাহত প্রায় ৩৩ কোটি টকা ৰাহি হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

স্মার্ট মিটাৰ ব্যৱহাৰৰ জৰিয়তে বিগত ৯ মাহত প্রায় ৩৩ কোটি টকা ৰাহি হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত স্মার্ট মিটাৰ ব্যৱহাৰ কৰা হৈছে। এই মিটাৰত থকা ব্যৱস্থা অনুযায়ী সন্ধিয়া ৬ৰ পৰা ৭ বজাৰ ভিতৰত স্বয়ংক্রিয়ভাৱে বৈদ্যুতিক সা-সৰঞ্জামসমূহৰ ...

December 15, 2024 7:17 PM

views 15

গোৱালপাৰা  সংমণ্ডলৰ লেলা গাঁৱত গোবৰ্ধন আঁচনিৰ অগ্ৰগতি পর্যবেক্ষণ জিলা আয়ুক্তৰ

গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আজি গোৱালপাৰা সংমণ্ডলৰ লেলা গাঁৱত উপস্থিত হৈ গোবৰ্ধন আঁচনিৰ অগ্ৰগতি পর্যবেক্ষণ কৰে। আয়ুক্তগৰাকীয়ে বিনামূলীয়াকৈ জৈৱ গেছৰ যোগান লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। স্বচ্ছ ভাৰত অভিযানৰ প্ৰদূষণ ৰোধ তথা স্বচ্ছ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি...

December 15, 2024 7:10 PM

views 15

বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ গোৱালপাৰা জিলাৰ ৰামপুৰত আৰম্ভ

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱ আজি আৰম্ভ হৈছে। বিশিষ্ট চিত্রশিল্পী ৰবীৰাম ব্ৰহ্মই পুৱা নাট সমাৰোহৰ শুভাৰম্ভ কৰে। আজি পুৱাৰ ভাগত দদান ৰজা নামৰ ৰাভা ভাষাৰ নাটখন পৰিবেশন কৰা হয়। তদুপৰি দিনৰ আঢ়ৈ বজাত বড়ো ভাষাৰ নাট মংলি মঞ্চস্থ...

December 15, 2024 7:02 PM

views 32

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হোৱাৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২ -৩ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হ'ব বুলি আগজাননী দিছে। আজি পাঞ্জাৱ আৰু মধ্য ভাৰতত তীব্র শীতপ্রবাহ হোৱাৰ সম্ভাৱনাৰ কথাও বিভাগটোৱে প্ৰকাশ কৰিছে। হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ, চতিশগড়, পশ্চিমবংগ আৰু ওড়িশাত আজি শীত প্রবাহ তীব্র হোৱাৰ লগতে অহা দু...

December 15, 2024 6:56 PM

views 20

নগাঁও জিলাৰ উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে মন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা জ্ঞাপন

নগাঁও জিলাৰ ৰাইদঙিয়াৰ সমীপৱৰ্ত্তী আইভেটি কৰচোং উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হাতীচোং মৌজাৰ এই অগ্ৰণী শিক্ষানুষ্ঠানখন ১৯৭৪ চনত স্থাপন কৰা হৈছিল। এই সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশ...

December 15, 2024 6:52 PM

views 22

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ পৰিৱৰ্তন হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ অৰুণোদয় আঁচনিৰ  পৰিৱৰ্তন হ'ব। সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হোৱ...

December 15, 2024 12:31 PM

views 20

নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত আজি নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰৰ জালুকবাৰী, গুৱাহাটী মধ্য বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।