November 10, 2024 11:30 AM November 10, 2024 11:30 AM
15
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। কাইলৈ এই প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পূৰ্বে দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটাৰৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টিত প্ৰচাৰ চলাব। কালি...