November 13, 2024 8:07 PM November 13, 2024 8:07 PM
10
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ দৌৰত নাই বুলি ড° ভীমকান্ত বৰুৱাৰ স্পষ্টতা
অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ভীমকান্ত বৰুৱাই এই নিৰ্বাচনৰ দৌৰত তেওঁ নাই বুলি স্পষ্ট কৰি দিছে । আকাশবাণী গুৱাহাটীৰ ...