আঞ্চলিক সংবাদ

November 18, 2024 8:40 PM November 18, 2024 8:40 PM

views 8

‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থ উন্মোচন

অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱন আৰু কৃতিক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঔষধি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডাঃ নৰোত্তম সোণোৱালে ৰচনা কৰা ‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থখন কালি যোৰহাট প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ড° প্ৰশান্ত প...

November 18, 2024 8:36 PM November 18, 2024 8:36 PM

views 4

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰৰ অসম ভ্ৰমণ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে আজি ডিফু আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ডিমাপুৰ পথত থকা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ ডবকাৰ পৰা ডিফুৰ লাহৰীজানলৈ নিৰ্মাণ কৰি থকা ফৰলেন ৰাষ্ট...

November 18, 2024 8:23 PM November 18, 2024 8:23 PM

views 11

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। যোৱা সপ্তাহত উগ্ৰপন্থীয়ে অপহৰণ কৰা ছজন লোকৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ পাছত জিৰিবামত কালি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহ...

November 18, 2024 12:28 PM November 18, 2024 12:28 PM

views 5

বাক্সা জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতি গঠন

অসম সাহিত্য সভাৰ সক্রিয় জিলা সমিতি বাক্সা জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন জলাগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰাৰ বাবে এখন আদৰণী সমিতি গঠন কৰা হয়। জলাগাঁৱৰ বাপুজী আদর্শ প্রাথমিক বিদ্যালয়ত কালি জলাগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতিগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত আদৰ...

November 18, 2024 12:18 PM November 18, 2024 12:18 PM

views 13

মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উদযাপনৰ লাইখুঁটা স্থাপন

শিৱসাগৰ জিলাৰ দিচাংমুখৰ বলমা মিচিং গাঁৱত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উৎসৱ উদযাপনৰ কালি লাইখুঁটা স্থাপন কৰা হয়। উৎসৱ উদযাপন সমিতিৰ সম্পাদক কাতিৰাম মিলিয়ে আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ৰামচন্দ্ৰ মিলিয়ে লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানত অঞ্চলটোৰ সমূহ ৰাইজ উপস্থিত থাকে। অহা ১৭, ১৮ আৰু ...

November 18, 2024 12:17 PM November 18, 2024 12:17 PM

views 5

অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি ড° সূর্যকান্ত হাজৰিকাৰ মন্তব্য

অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে। কালি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ সভাপতিগৰাকীয়ে এইদৰে কয়। ড° হাজৰিকাই তেওঁৰ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাক এখন...

November 18, 2024 12:13 PM November 18, 2024 12:13 PM

views 13

মণিপুৰত অনির্দিষ্ট কালৰ বাবে জাৰি কৰা কার্ফিউ অব্যাহত

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। অৱশ্যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে ভালেমান স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী নিয়োগ ক...

November 18, 2024 12:10 PM November 18, 2024 12:10 PM

views 11

আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্ত আৰু মলি সেনগুপ্তৰ সৈতে আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জীৱিত থকাৰ ডিজিটেল প্রমাণপত্র এই সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্ত আৰু প্ৰতিৰক্ষা লেখা বিভাগৰ যুটীয়া মহানিয়ন্ত্ৰক মলি সেনগুপ্তৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ ...

November 18, 2024 12:04 PM November 18, 2024 12:04 PM

views 9

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিৰ সমর্থন প্রত্যাহাৰ

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিয়ে সমর্থন প্রত্যাহাৰ কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি কনবাড কে চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক এন পি পিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। একাদশ মণিপুৰ বিধানসভাত থকা ৭ গৰাকী এন পি পি বিধায়কে মণিপুৰৰ বিজেপিৰ নেতৃত্ব চৰকাৰক সমর্থন দিছ...

November 18, 2024 12:02 PM November 18, 2024 12:02 PM

views 6

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে একেটা বিষয় লৈ আজি আন এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। গৃহমন্ত্ৰীগৰাকীয়ে কালিৰ বৈঠকত কয় যে মণিপুৰলৈ শান্তি-শৃংখলা ওভতাই অনাৰ উদ্দেশ্যে নিৰাপ...