আঞ্চলিক সংবাদ

December 24, 2024 8:20 PM

views 15

শোণিতপুৰত বিশুদ্ধ খোৱাপানী যোগানত বিশেষ অৱদান থকা ব্যক্তি-সংগঠনক ‘জল সেৱা বঁটা’ প্ৰদান

শোণিতপুৰ জিলাত জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা সফল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৱদান থকা ব্যক্তি তথা সংগঠনসমূহক আজি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু শোণিতপুৰ জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত জল সেৱা বঁটা প্ৰদান কৰা হয়। শোণিতপুৰ জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত তথা বিভাগীয় জ্যেষ্ঠ বি...

December 24, 2024 8:19 PM

views 16

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ ৩গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ ৩গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি দিয়া হৈছে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ঘটোৱা এই সালসলনিৰ অধীনত ১৪জনীয়া কাৰ্যবাহী পৰিষদখনত কাছে ৰংপিপী, তিলোত্তমা হাছনু আৰু মাধুৰ্য ঢেকীয়াল ফুকনক কাৰ্যবাহী সদস্যৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। কাংবুঢ়া কিলিং আৰু মু...

December 24, 2024 8:17 PM

views 10

৭৪সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা

অহা ৫ জানুৱাৰীৰ পৰা হ'বলগীয়া ৭৪ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ দল ঘোষণা কৰিছে। অসম বাস্কেট বল সন্থাই ঘোষণা কৰা ল'ৰাৰ দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে বীৰেন্দৰ সিং আৰু পৰিচালক হিচাপে অনুপ কুমাৰ চাহুৰ নাম বাছনি কৰিছে। আনহাতে, ছোৱালী দলটোৰ মুখ্য প্ৰশিক্ষক হিচা...

December 24, 2024 8:13 PM

views 6

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

December 24, 2024 8:12 PM

views 109

আলফা (স্বাধীন) অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই বিবেচনা কৰিবলৈ ন্যায়াধিকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্যায়া...

December 24, 2024 8:10 PM

views 14

খ্ৰীষ্টধর্মীসকলৰ পৱিত্ৰ বৰদিনৰ সমূহীয়া প্ৰাৰ্থনাৰ বাবে সজাই-পৰাই তোলা হৈছে গির্জাসমূহ

বিশ্বৰ খ্ৰীষ্টধর্মী লোকসকলৰ পৱিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গির্জাসমূহ সজাই-পৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক' গির্জা, খ্ৰীষ্টানবস্তিৰ গির্জা, সোণাইঘূলিৰ গির্জা আদি বিভিন্ন গির্জা বর্তমান আলোকসজ্জা, খ্রীষ্টমাছ ট্ৰী, ৰং-বিৰঙী ফু...

December 24, 2024 8:05 PM

views 20

ৰাজ্যৰ বিভিন্ন স্থানত কংগ্ৰেছৰ বাবাচাহেব ড° ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰা

কংগ্ৰেছ দলে আজি ৰাজ্যখনৰ বিভিন্ন স্থানত বাবাচাহেব ড° ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে ড° আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি তেজপুৰত এই কাৰ্যসূচীত ভাগ লয়। গু...

December 24, 2024 3:40 PM

views 42

আলফা(স্বা) অবৈধ হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত ন্যায়াধীকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্...

December 24, 2024 1:40 PM

views 28

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন কৰক

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 24, 2024 1:32 PM

views 22

৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ

শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰবাসীৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ হৈছে। ৰাজ্যৰ সাহিত্য জগতৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাহিত্যিক, কলা-সাহিত্য অনুৰাগীৰ সমাৱেশেৰে ‘পৰিধি অতিক্ৰমী আকৌ এবাৰ' শীৰ্ষক বিষয়বস্তুৰে এই সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব। আজি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।