আঞ্চলিক সংবাদ

December 27, 2024 11:16 AM

views 21

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত আকাশ ফৰকাল হৈ থাকিব

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিলেও দিনটোৰ পিছৰ ভাগলৈ আকাশ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬ দশমিক ৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা আছিল ১১ দশমিক ৬ ডিগ্রী চেলছিয়াছ। আজি গ...

December 27, 2024 11:09 AM

views 7

আকাশবাণীত অহা ২৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 27, 2024 11:07 AM

views 14

এছিয়ান বক্সিং কনফেডাৰেচনৰ পদবীত অসমৰ হেমন্ত কুমাৰ কলিতা-লাভলিনা বৰগোহাঁই

অসমৰ লাভলিনা বৰগোঁহাই আৰু হেমন্ত কুমাৰ কলিতাই এছিয়ান বক্সিং কনফেডাৰেছন (এবিচি)ৰ নতুন কমিটীত গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে৷ থাইলেণ্ডত অনুষ্ঠিত এ বি চিৰ সভাত লোৱা সিদ্ধান্ত অনুসৰি ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিবপ্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাক ‘অলিম্পিক কমিচন’ৰ সদস্যৰূপে মনোনীত কৰা ...

December 26, 2024 8:19 PM

views 25

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তামুলপুৰৰ লক্ষ্মী নাৰায়ণপুৰত যোৱা নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ২০টাৰো অধিক বাসগৃহ ধ্বংস কৰে। খাদ্যৰ সন্ধানত জনবসতিপূর্ণ অঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা প্ৰায় ১৫টা পৰিয়ালৰ কথমপি প্ৰাণৰক্ষা পৰে। অঞ্চলটোৰ বহুলো...

December 26, 2024 8:18 PM

views 27

গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সঞ্জা মেলা উদ্বোধন

ৰাজ্য চৰকাৰৰ নগৰ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সঞ্জা মেলা উদ্বোধন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ দিন দয়াল জন আজীৱিকা যোজনাৰ অধীনত নগৰীয়া জীৱিকা অভিযান শাখাৰ তত্বাৱধানত আৰম্ভ হোৱা এই মেলা অহ...

December 26, 2024 8:17 PM

views 19

দিছপুৰৰ নাহৰণি পথত প্ৰেমিকৰ ছুৰীৰ আঘাটত এগৰাকী বিবাহিতা মহিলাৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ দিছপুৰৰ নাহৰণি পথত আজি ব্যর্থ প্ৰেমিকৰ ছুৰীৰ আঘাটত এগৰাকী বিবাহিতা মহিলাৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে আজি দুপৰীয়া ভূপেন দাস নামৰ বৃত্তিত টেক্সী চালকএগৰাকীয়ে দিছপুৰৰ লাষ্টগেটৰ সমীপৰ নাহৰণি পথত এগৰাকী বিবাহিতা মহিলাক ছুৰীৰে ডিঙি আৰু পেটত...

December 26, 2024 8:16 PM

views 32

বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্রস্তুতি অব্যাহত

ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দৈমু নগৰ পথাৰত অহা ৯ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ইয়াৰ বাবে সুসজ্জিত তোৰণ, বিশাল মঞ্চ, প্রতিনিধি শিবিৰ আদি গঢ়ি তোলা হৈছে। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ভাষা-সাহ...

December 26, 2024 8:14 PM

views 31

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অনলাইন আৰু অফলাইন মাধ্যমেৰে খাজনা পৰিশোধৰ ব্যৱস্থা

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমি-ৰাজহ সংগ্ৰহ ব্যৱস্থা অধিক স্বচ্ছ, কাৰ্যকৰী আৰু সুগম কৰাৰ লক্ষ্যৰে অনলাইন আৰু অফলাইন মাধ্যমেৰে খাজনা পৰিশোধৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি পট্টাদাৰসকলে অনলাইন ই-খাজনাৰ যোগে বা অফলাইন মৌজাদাৰৰ পৰা সংগ্ৰহ কৰা চি এফ আৰৰ জৰিয়তে ভূমি ৰাজহ আদায় দিব পাৰিব। এই অনলাইন ব...

December 26, 2024 8:13 PM

views 18

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাকৰি আৰু ঋণ মেলা অনুষ্ঠিত

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাকৰি আৰু ঋণ মেলা অনুষ্ঠিত হয়। অনুষ্ঠানত স্থানীয় বিধায়ক, বি টি আৰৰ পৰিষদ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীকে ধৰি প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়াৰ লগতে কেইবাগৰাকীও উদ্যোগৰ লগ...

December 26, 2024 8:11 PM

views 25

ভাৰতৰ কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ

ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ ৰাজগড়ত অৱস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰাংগণত শতবৰ্ষৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা ডম্বৰু বৰাই ৰক্ত পতাকা উত্তোলন কৰাৰ লগতে যোৱা ১০০ বছৰে দেশৰ প্ৰতি সেৱা আগবঢ়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।