আঞ্চলিক সংবাদ

December 26, 2024 12:37 PM

views 34

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত

TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ'ব। TET নিযুক্তি পৰীক্ষাত আন প্ৰশ্নৰ লগতে গণিতৰ প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হ'ব বুলি নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে ।...

December 26, 2024 12:35 PM

views 21

সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে তিনিচুকীয়া জিলাত বিশেষ কৰ্মশালাৰ অনুষ্ঠিত

১৯ ডিচেম্বৰৰ পৰা চলি থকা সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে কালি তিনিচুকীয়া জিলাত এখন বিশেষ কৰ্মশালাৰ অনুষ্ঠিত হয়। কর্মশালাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কয়, যে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয...

December 26, 2024 12:34 PM

views 34

সেনা আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত ইম্ফলৰ চূড়াচান্দপুৰ পথত বিস্ফোৰক সামগ্ৰী জব্দ

সেনা আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই কালি ইম্ফলৰ চূড়াচান্দপুৰ পথৰ এখন দলঙৰ তলৰ পৰা ৩. ৬ কিলোগ্ৰাম বিস্ফোৰক, ডিট’নেটৰ, কৰ্ডটেক্স আৰু অন্যান্য সামগ্রী জব্দ কৰে। সেনা আৰু আৰক্ষীৰ যুটীয়া দল এটাই গোপন তথ্যৰ পম খেদি এই বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে। সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি এই বিস্ফোৰক ...

December 26, 2024 12:32 PM

views 24

মানৱবিহীন লেভেল ক্ৰ’চিংৰ ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা মুঠ ৯৫০টা মানৱবিহীন লেভেল ক্ৰ'চিং চিনাক্ত কৰি ইয়াৰে ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ৰে'ল বিভাগে জনোৱা অনুসৰি তিনিচুকীয়া ২৩৫টা, লামডিঙত ২২১টা, ৰঙিয়া ৮৮টা, আলিপুৰদুৱাৰত ১৭১টা আৰু কাটিহাৰত ৯৪টা স্থানত বেৰিকে স্থাপন কৰা হৈছে। উল্লেখযোগ্য...

December 26, 2024 12:29 PM

views 26

গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্রমী প্রচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্রস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্রমী প্রচেষ্টা হাতত লৈছে । ইয়াৰ অংশ হিচাপে ক্ষতিগ্রস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া তন্ময় ভৰদ্বাজে জিলাখনৰ ভিত...

December 26, 2024 12:27 PM

views 24

মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ

পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্যৰ প্ৰান্তে প্রান্তে আৰক্ষী তথা পৰিবহন বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি নিশা পৰিবহন মন্ত্ৰী যোগন মহনে গুৱাহাটীৰ জিএছ ৰোডত উপস্থিত হৈ নিজে এই অভিযানৰ তদাৰক কৰে। তিনিচুকীয...

December 26, 2024 12:25 PM

views 22

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা

ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বিষয়টো লৈ ৰাজ্য চৰকাৰ চিন্তিত হোৱাৰ লগতে এই দিশত যথোচিত ব্যৱস্থাও গ্ৰহণ কৰিছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনোৱা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে যিকেইখন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে সেয়...

December 26, 2024 12:11 PM

views 33

শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

বাংলাদেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়াকৈ অসমলৈ ভালেসংখ্যক বাংলাদেশীৰ প্ৰৱেশ ঘটিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতি আৰু দেশখনৰ বস্ত্ৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত ভাৰতত বাং...

December 25, 2024 7:49 PM

views 13

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত বাঘৰ আক্ৰমণত এজন যুৱক আহত

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত আজি পুৱা বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাবে আহত হয়। সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ থকা যুৱকজন ভৰলুমুখৰ উদয় ঘোষ বুলি জানিব পৰা গৈছে ।

December 25, 2024 7:44 PM

views 18

বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ৷ ইয়াৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া ৰনন্ময় ভদ্বাজে জিলাখনৰ ভি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।