আঞ্চলিক সংবাদ

December 27, 2024 6:16 PM

views 13

পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ সম্পন্ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পর্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মার্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এস...

December 27, 2024 6:12 PM

views 14

সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চানমাৰিৰ প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ছাত্ৰসন্থাৰ মুখ্য উপদেষ্...

December 27, 2024 6:06 PM

views 25

গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি এই গ্রন্থমেলাৰ দ্বাৰ মুকলি কৰে। অহা ৭ জানুৱাৰীলৈ ১২ দ...

December 27, 2024 11:32 AM

views 9

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৯২ বছৰ বয়সত দেহাৱসান

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বর্ষীয়ান ৰাজনীতিক গৰাকী কালি সন্ধিয়া নিজ বাসভৱনত হঠাৎ সংজ্ঞাহীন হৈ পৰাৰ পাছত নিশা ৮ বজাত তেওঁক জটিল অৱস্থাত চিকিৎসালয়খনৰ জৰ...

December 27, 2024 11:31 AM

views 15

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব। ইয়াৰ লগতে আমোদ-প্রমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব।...

December 27, 2024 11:30 AM

views 21

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কংগ্ৰেছৰ সভাপতি, অসমৰ মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেকে ধৰি অন্যান্য কেন্দ্রীয় মন্ত্রী তথা বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ড০ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ...

December 27, 2024 11:24 AM

views 16

ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত চীনৰ অনুমোদন

চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত অনুমোদন জনাইছে। চীনৰ চৰকাৰী বাতৰি সংস্থা শ্বিনহুৱাৰ উদ্ধৃতি দি হংকঙৰ পৰা প্ৰকাশিত ছাউথ চাইনা মর্নিং পোষ্ট কাকতে প্রকাশ কৰা অনুসৰি ইয়াৰলুং জাংগু নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰৰ তীব্বতৰ ইংৰাজী ইউ আকৃতিৰ অংশত এই বৃহ...

December 27, 2024 11:22 AM

views 10

নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিবঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে জনসেৱাৰ কেইবাটাও কামৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সেই অনুসৰি অহা পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প'ৰ্টেল মুকলি কৰা হ'ব। ইতিমধ্যে ১ লাখ ৫৪ হাজাৰ লোকে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে।...

December 27, 2024 11:20 AM

views 26

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২সংখ্যক মৃত্যুবার্ষিকী

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২২ সংখ্যক মৃত্যুবার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত বিশেষ শ্রদ্ধাঞ্জলি অনু...

December 27, 2024 11:17 AM

views 10

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আতৰ্জন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।