December 5, 2025 1:07 PM December 5, 2025 1:07 PM
17
উমৰাংছ’ত জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাচাওৰ উমৰাংছ'ত আজি অসম ক্রিকেট সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা জিলাখনৰ প্ৰথমখন ষ্টেডিয়াম মুকলি কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ষ্টেডিয়ামখন মুকলি কৰিব। সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। প্...