আঞ্চলিক সংবাদ

November 27, 2024 9:05 PM November 27, 2024 9:05 PM

views 5

শ্রীভূমি জিলাৰ পেটেল নগৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ

শ্রীভূমি জিলা আৰক্ষীয়ে আজি জিলাখনৰ পেটেল নগৰ অঞ্চলত অভিযান চলাই মিজোৰামৰ পৰা অহা দুখন বাহনত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই সংক্ৰান্তত দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজন কাছাৰ জিলাৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোককেইজনৰ জিম্মাৰ পৰা জব্দ কৰা...

November 27, 2024 9:04 PM November 27, 2024 9:04 PM

views 3

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ৩০ নৱেম্বৰৰ পৰা অসমী সৰস মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ৩০ নৱেম্বৰৰ পৰা অসমী সৰস মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহক...

November 27, 2024 9:03 PM November 27, 2024 9:03 PM

views 53

সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়াত গুৰুত্ৱ আৰোপ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়ি তোলাৰ ওপৰত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত গুৰুত্ব আৰোপ কৰে। সাংসদ অৰুণ গোভিলে সামাজিক মাধ্যমত প্ৰচাৰিত কেতবোৰ বিষয়ে নৈতিক মূল্যবোধত নেতিবাচক প্ৰভাৱ পেলায় বুলি উত্থাপন কৰা এটা বিষ...

November 27, 2024 9:01 PM November 27, 2024 9:01 PM

views 2

গুবাহাটীত উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা; মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত হৈছে। ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত আৰু অসম পেৰালিম্পিক সংস্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতা অহা ২৯ নৱেম্বৰলৈ চলিব। আজি মন্ত্রী পীযুষ হাজৰিকাই এই ক্রীড়া প্রতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে। ক্রীড়া প্রতিযোগিতা উদ্বোধন কৰি মন্ত...

November 27, 2024 8:57 PM November 27, 2024 8:57 PM

views 5

ৰে’লগাড়ীৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাইঃ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ

চৰকাৰে ৰে’লগাড়ীসমূহৰ অসংৰক্ষিত দবা আঁতৰ কৰাৰ কোনো পৰিকল্পনা নাই বুলি প্ৰকাশ কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষত এল এইচ বি দবাবিশিষ্ট মেইল এক্সপ্ৰেছ ৰেলগাড়ীসমূহৰ ছশৰো অধিক অসংৰক্ষিত দবা সংযুক্ত কৰা হৈছে। তেওঁ লগতে কয়, যে ...

November 27, 2024 8:55 PM November 27, 2024 8:55 PM

views 8

অটল উদ্ভাৱন অভিযানৰ অধীনত গ্ৰামাঞ্চলত ৫,৬৯২টা অটল টিংকাৰিং পৰীক্ষাগাৰ স্থাপন

নিটি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা ১০ হাজাৰ অটল টিংকাৰিং পৰীক্ষাগাৰ ভিতৰত ৫ হাজাৰ ৬৯২ টা গ্ৰামাঞ্চলত স্থাপন কৰা হৈছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্রজিৎ সিঙে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অভিলাসী জিলাস...

November 27, 2024 8:52 PM November 27, 2024 8:52 PM

views 12

যুৱক-যুৱতীসকলক কুইজত ভাগ লৈ ঐতিহাসিক বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ অংশ হ’বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলক কুইজত ভাগ লৈ ঐতিহাসিক বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ অংশ হ’বলৈ আহ্বান জনাইছে। ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই সৰ্বভাৰতীয় ডিজিটেল কুইজ প্রতিযোগিতাৰ ৫ ডিচেম্বৰত সামৰণি পৰিব। এই প্ৰতিযোগিতাত ১৫ ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব । প্র...

November 27, 2024 7:26 PM November 27, 2024 7:26 PM

views 5

কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে

কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাখন মুকলি কৰে। পৰ্যটন মেলাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ...

November 27, 2024 7:24 PM November 27, 2024 7:24 PM

views 9

গোলাঘাটৰ দেওপাহাৰত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী

কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ নুমলীগড়ৰ দেওপাহাৰ ভ্ৰমণ কৰে। দেওপাহাৰৰ শৃংগত থকা পুৰণি মন্দিৰত সেৱা লৈ পাহাৰটোত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰ...

November 27, 2024 7:23 PM November 27, 2024 7:23 PM

views 5

সাহিত্যাচাৰ্য প্ৰয়াত মহিম বৰাৰ জন্ম শতবার্ষিকী উপলক্ষে নগাঁৱত বিশেষ অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যাচাৰ্য প্ৰয়াত মহিম বৰাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি নগাঁৱত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সাহিত্য একাডেমী উদ্যোগত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে সাহিত্যিকগৰাকীৰ জন্ম শতবৰ্ষ উদযাপন কৰে। এই উপলক্ষে মহিম বৰাৰ সাহিত্য বিষয়ক আলোচনাচক্র অনুষ্ঠিত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।