December 31, 2024 7:05 PM
18
বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা
বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০০২ চনৰ পৰা প্ৰয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোগৰাকী শিল্পীলৈ এই বঁটা প্ৰদ...