আঞ্চলিক সংবাদ

January 15, 2025 11:13 AM

views 40

গণৰাজ্য দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্রশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্রথমে বিদ...

January 15, 2025 11:06 AM

views 17

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 11:03 AM

views 19

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 10:58 AM

views 71

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্রকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি পর্যটন বিভাগে আশা প্রকাশ কৰিছে। বিগত সময়ছোৱাত এইক্ষেত্ৰত লাভ কৰা সফলতাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিত্তিত বিশ্ব পর্যটন খণ্ডত অসম অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। শেহতীয়া কেইটামান বছৰত ৰাজ্যখন...

January 15, 2025 10:55 AM

views 39

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম

আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শ...

January 15, 2025 10:16 AM

views 50

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ দেশী-বিদেশী উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই সন্মিলনলৈ আমন্ত্রণ জনায়। এই উদ্দেশে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্...

January 14, 2025 9:23 PM

views 29

এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত  মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়া ভ্ৰমণ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্রী উইছন ওগাক সাক...

January 14, 2025 8:59 PM

views 12

অসম আৰক্ষীৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় ৯ কোটি টকাৰ অধিক হেৰ’ইন জব্দ

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত আজি বিশেষ কার্যবাহিনীৰ এটা দলে অভিযান চলাই কামৰূপ জিলাৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় ৯ কোটি টকাৰ এক কেজিৰো অধিক হেৰ'ইন জব্দ কৰে। এই হেৰ'ইনখিনি ৯৪টা চাবোনৰ বাকচত লৈ যোৱা হৈছিল। আৰক্ষীয়ে ঘটনা সংক্রান্তত নুৰুল হুছেইন আৰু বিতুল আলী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক ...

January 14, 2025 8:36 PM

views 63

মৌচম অভিযান এখন বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সকলো ধৰণৰ বতৰ আৰু জলবায়ুৰ বাবে সক্ৰিয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মৌচম অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অভিযান আৰম্ভ কৰা হয়। এই উপলক্ষে প্রধানমন্ত্রী মো...

January 14, 2025 7:56 PM

views 183

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।