আঞ্চলিক সংবাদ

January 16, 2025 6:57 PM

views 18

গোলাঘাটৰ বালিজানত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিৱেশন

গোলাঘাট জিলাৰ বোকাখাতৰ বালিজান নতুন গাঁৱৰ বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্ত্রী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি অতুল বৰাই কালি এই অধিৱেশনৰ প্রস্তুতি পর্যালোচনা কৰে। তেওঁ এই কাৰ্যসূচী নিয়াৰিক...

January 16, 2025 6:56 PM

views 29

কাইলৈ শিল্পী দিৱস; গোলাঘাটত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কাৰ্যসূচী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্রদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ড° অনিমা চৌধুৰী...

January 16, 2025 6:54 PM

views 10

বিছাৰজা বিছানং চিংফৌৰ মৃত্যু; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোকপ্ৰকাশ

চিংফৌ সমাজৰ মুৰব্বী তিনিচুকীয়া জিলাৰ লিডু বিছাগাঁও নিবাসী বিছাৰজা বিছানং চিংফৌৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বিছাৰজা বিছানং চিংফৌৰ মৃত্যু চিংফৌ জনগোষ্ঠীৰ লগতে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ...

January 16, 2025 5:48 PM

views 15

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ স্পেডেক্স মিছনৰ অধীনত দুটা উপগ্ৰহৰ সংযোজন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই ইয়াৰ স্পেডেক্স মিছনৰ অধীনত আজি দুটা উপগ্ৰহৰ সংযোজনেৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ২০৩৫ চনত ভাৰতে নিজাববীয়াকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰা পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ এই সফলতা উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ...

January 16, 2025 1:54 PM

views 23

জোনবিলৰ পাৰত আজিৰে পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেওৰজাৰ অৰম বিলত সমূহ...

January 16, 2025 1:41 PM

views 38

ডুবাইত ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ মন্ত্রী বিমল বৰাৰ

■ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি ডুবাইৰ এটা ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্ব’ত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন...

January 16, 2025 11:02 AM

views 30

পুৱা ১০.৩০ বজাৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

● মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ'ব। জিলাখনৰ ১০০ বছৰীয়া বিদ্যালয়, প্রাদেশিকৃত মহা...

January 16, 2025 10:53 AM

views 27

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৮ লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ন সম্পৰ্কে বহুদিনৰ পৰা চিন্তা-চৰ্চা অব্যাহত আছে। ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন আন্তঃগাঁথনি, স্মার্ট ক্লাছ আদিৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ প্ৰয়াস কৰিছে। এনে প্ৰয়াসৰ প্ৰথম ফল বেজেৰা ...

January 15, 2025 8:03 PM

views 28

ৰাজ্যৰ বিভিন্ন ঠাইৰ ভোগালী বিহুৰ কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীৰ অংশগ্ৰহণ

পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ নগাঁও জিলাৰ নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত ছদিনীয়া ভোগালী বিহুৰ কাৰ্যসূচীত আজি মন্ত্রী...

January 15, 2025 7:46 PM

views 32

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ  কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। অগৰাতলীৰ চহলা বিলত বিভিন্ন পৰিভ্ৰমী পক্ষী দৰ্শন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত অগৰাতলীত পক্ষী মহোৎসৱ আয়োজনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। পক্ষীপ্ৰেমীসকলৰ কাৰণে ভূস্বৰ্গস্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বমুঠ ৫০০বিধ প্ৰজা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।