আঞ্চলিক সংবাদ

January 14, 2025 7:47 PM

views 16

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য শদিয়াৰ টোপচিঙাত সম্পন্ন

কালি দেহাৱসান ঘটা কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য তিনিচুকীয়াৰ শদিয়াৰ ওপজা গাঁও টোপচিঙাত আজি সম্পন্ন হয়। শিল্পীগৰাকীৰ অন্তিম যাত্ৰাত অলেখ গুণমুগ্ধই অংশগ্ৰহণ কৰে। প্রয়াত শিল্পী ৰাজীৱ শদিয়াৰ স্মৃতি যুগমীয়া কৰাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ কথা প্ৰ...

January 14, 2025 7:40 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘবিহুৰ দিনা কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীর্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্ম-নিৰ্ভৰ কৃ...

January 14, 2025 2:14 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এ...

January 14, 2025 11:22 AM

views 22

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুত পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত নহয়

ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ম'হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰ...

January 14, 2025 11:18 AM

views 17

২০০৬ চনৰ পূৰ্বে স্থাপিত কিন্তু প্রাদেশীকিকৰণৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ উপ-সমিতি গঠন

অসম চৰকাৰে ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা কিন্তু প্রাদেশীকিকৰণ প্ৰক্ৰিয়াৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপ-সমিতি গঠন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আঁসোৱাহসমূহ দুৰ কৰাৰ ব...

January 14, 2025 10:43 AM

views 112

সমগ্ৰ ৰাজ্যত ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ

আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগা...

January 14, 2025 10:30 AM

views 35

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুভাৰম্ভ কৰিব মিছন মৌচম

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচমৰ শুভাৰম্ভ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত ভাৰত মণ্ডপমত প্রধানমন্ত্রীয়ে এই অভিযান আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মিছন মৌচমে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা বিকশিত কৰিব। এই পদক্...

January 13, 2025 4:33 PM

views 42

আজি ভোগালী বিহুৰ উৰুকা

অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্ত...

January 13, 2025 11:11 AM

views 34

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি প্ৰদান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান ৯ খন পঞ্চায়তক বাদ দি অতিশীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। শ্রীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁৱক সামৰি এই বিষয়ত ৯ খন লেখ আবেদন দাখিল কৰা হৈছিল । ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে এই ...

January 13, 2025 11:05 AM

views 13

বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান

ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰা হ'ব। এই উদ্দেশ্যে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ হৈ আনুষ্ঠানিক স্বীকৃতিপত্র গ্রহণ কৰিবলৈ যোৱানিশা নতুন দিল্লীৰ পৰা ইতিমধ্যে পেৰিছ অভিমুখে ৰাও...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।