আঞ্চলিক সংবাদ

December 20, 2024 8:35 PM December 20, 2024 8:35 PM

views 12

গুৱাহাটীত পৌৰ নিগম আৰু পৌৰসভা তথা নগৰীয়া স্থানীয় সংস্থাৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটীত পৌৰ নিগম আৰু পৌৰসভা তথা নগৰীয়া স্থানীয় সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগৰীয়া সমস্যাৰ লগতে সঠিক অনাময় নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা, উপযুক্ত নিস্কাষণ ব্যৱস্থা নিৰ্মাণ কৰা সন্দ...

December 20, 2024 8:30 PM December 20, 2024 8:30 PM

views 7

স্নাতক, স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক উচ্চ ন্যায়ালয়ৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'বলগা টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক নির্দেশ দিছে। একাংশ প্রার্থীয়ে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এই নিৰ্দ...

December 20, 2024 8:26 PM December 20, 2024 8:26 PM

views 11

বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেধাৱী শিক্ষার্থীসকলক স্কুটি, চাইকেল আৰু নগদ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰজ্ঞান ভাৰতীৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩ হাজাৰ ৪৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অ...

December 20, 2024 12:30 PM December 20, 2024 12:30 PM

views 5

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ১০,৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অসম মন্ত্ৰীৰ অনুমোদন

অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ১০ হাজাৰ ৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান ১ লাখ ৮০ হাজাৰ মেট্রিক টন ইউৰিয...

December 20, 2024 12:29 PM December 20, 2024 12:29 PM

views 7

বিটিচি বিধায়িনী পৰিষদৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীক কাইলৈৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ আহ্বান

বি টি চি বিধায়িনী পৰিষদৰ নিৰ্বাচনত বি পি এফৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক কাইলৈৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আৱেদন কৰিবলৈ বড়োলেণ্ড পিপলছ পাৰ্টিৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আহ্বান জনাইছে। চিৰাং জিলাৰ নিলিবাৰীত কালি বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি শ্রীমহিলাৰীয়ে কয়, যে বি পি এফে এইবাৰ অক...

December 20, 2024 12:27 PM December 20, 2024 12:27 PM

views 5

অসমত ৰে’লসেৱাৰ সুবিধা বৃদ্ধি কৰিবলৈ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে কালি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে'লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদ...

December 20, 2024 12:25 PM December 20, 2024 12:25 PM

views 6

গুৱাহাটীৰ পল্টনবজাৰ-পাণবজাৰ সংযোগী নতুন অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ

গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰু পাণবজাৰক সংযোগ কৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১৯৬৫ চনত নিৰ্মাণ কৰা পাণবজাৰ ৰোড অভাৰব্ৰীজখনৰ স্থানত এখন নতুন ৰোড অভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই নতুন অভাৰব্ৰীজখন পূৰ্বৰখনতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ফলত সমীপতে থকা গুৱাহাটী ৰে’ল ষ্ট...

December 20, 2024 12:24 PM December 20, 2024 12:24 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতাৰ বাবে আবেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 20, 2024 12:23 PM December 20, 2024 12:23 PM

views 5

নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাত ‘পৰিৱেশ সজাগতা’ শীর্ষক আলোচনাচক্র

নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশ হিচাপে কালি পৰিৱেশ সজাগতা শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনাচক্ৰত অংশগ্ৰহণ কৰি শিৱসাগৰৰ ডিমৌ প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক সুৰজিত গিৰিয়ে প্রকৃতি সুৰক্ষাত সাপৰ ভূমিকা সন্দৰ্ভত ভাষণ দিয়ে। সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচ...

December 20, 2024 12:19 PM December 20, 2024 12:19 PM

views 4

ৰাজ্যৰ শিক্ষকসকলক বিদ্যালয়ৰ পাঠদানৰ সময়ত ব্যক্তিগত কামৰ পৰা বিৰত থাকিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কার্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নির্দেশটোত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।