আঞ্চলিক সংবাদ

January 24, 2025 1:15 PM

views 14

৮ দিনীয়াকৈ অনুষ্ঠিত ত্ৰয়োদশ ভাৰত-ভূটান মৈত্ৰী মেলা আৰু ৭৩ সংখ্যক মাঘ মেলাৰ আজি সামৰণি

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত ৮ দিনীয়াকৈ অনুষ্ঠিত ত্ৰয়োদশ ভাৰত-ভূটান মৈত্ৰী মেলা আৰু ৭৩ সংখ্যক মাঘ মেলাৰ আজি সামৰণি পৰিব। মেলাৰ প্ৰতিটো দিনতে অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। বড়ো, ৰাভা, গোর্খা, চাওতালী, কোচ ৰাজবংশীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকে মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সাংস্কৃ...

January 24, 2025 1:11 PM

views 24

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী

বংগোপ সাগৰৰ শীতল বতাহ বাংলাদেশৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰবেশ কৰাত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী হয়। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কালি ঘন কুঁৱলীৰ আচ্ছাদন পৰা দেখা যায়। গুৱাহাটী মহানগৰীতো কালি পুৱা প্ৰায় ৯ বজাৰ পৰাই ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হয়। ইয়াৰ ফলত দৃশ্যমানত...

January 24, 2025 1:09 PM

views 35

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত ৪.৮ প্রাবল্যৰ ভূমিকম্প

ৰিখটাৰ স্কেলত ৪.৮ প্রাবল্যৰ এটা ভূমিকম্পই যোৱানিশা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্য জোকাৰি যায়৷ ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মণিপুৰৰ আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পূবে মানম্যাৰৰ ছেদং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ১০৬ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছ...

January 23, 2025 8:09 PM

views 34

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ ৫৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি

কোকৰাঝাৰ নগৰৰ প্ৰগতি ভৱনত আজি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ ৫৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰূপনাথ ব্ৰহ্ম স্মাৰক সমিতি আৰু কোকৰাঝাৰ বুনিয়াদী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্রয়াত ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য্য তৰ্পন কৰাৰ লগতে এট...

January 23, 2025 8:06 PM

views 20

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনভূমি দাহ প্ৰক্ৰিয়া আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি বছৰৰ দৰে এইবাৰো নিয়মীয়া নিয়ন্ত্ৰিত বনভূমি দাহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উদ্যানখনত প্ৰতি বছৰে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত কন্ট্রোল্ড বার্ণিং অর্থাৎ নিয়ন্ত্রিতভাৱে বনভূমিৰ কিছু অংশ দাহ কৰা হয়। তৃণভোজী বন্যপ্ৰাণীৰ বাবে খাদ্য হিচাপে নতুনকৈ গজি উঠা কোমল ঘাঁহ-বনৰ প্ৰয়োজন হ...

January 23, 2025 8:04 PM

views 11

জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা দেশখনৰ কেইবাখনো মন্ত্ৰী-নেতাক সাক্ষাৎ

জাপান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি দেশখনৰ ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কোমুৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহৰ বাবে অসমত বিনিয়োগৰ সুচল পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে জাপানৰ মন্ত্ৰীগৰাকীক অসম চৰকাৰে দেশখনৰ...

January 23, 2025 8:01 PM

views 19

পঞ্চায়ত নির্বাচন সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫খন জিলাত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি

গুৱাহাটী উচ্চ ন্যায়ালয়ে পূর্বে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰায় স্থগিত ৰখা ৫ খন জিলাতো এই নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে ৰাজ্যখনৰ এই ৫ খন জিলাত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। খণ্ড বিচাৰপীঠে পূৰ্বৰ এ...

January 23, 2025 7:43 PM

views 10

নেতাজী সুভাষ চন্দ্ৰ বসুলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ স্মৰণ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজি নেতাজীক স্মৰণৰ বাবে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই জন্মবার্ষিকীত নেতাগৰাকীক স্মৰণ কৰি দিয়া এটা বাৰ্তাত নেতাজীৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰসেৱাত উৎসর্গিত হ'বলৈ অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। জাপান ভ্ৰ...

January 23, 2025 1:20 PM

views 13

জাপানৰ ১৬০গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি টকিঅ’ত জাপানৰ ১৬০ গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈত...

January 23, 2025 1:19 PM

views 33

ৰাজ্যৰ বিভিন্ন স্থানত গণৰাজ্য দিৱসৰ প্ৰস্তুতি, আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।