আঞ্চলিক সংবাদ

January 24, 2025 6:56 PM

views 22

জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনা তথা কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ জাপান ভ্ৰমণৰ তৃতীয় দিনা দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনাকে ধৰি কেইবাগৰাকীও শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ কৰে। ড০ শৰ্মাই সংসদীয় উপমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত ভাৰত তথা অসমৰ যুৱ আৰু দক্ষ কৰ্ম শক্তিক জাপানত কাম কৰাৰ সুযোগ প্...

January 24, 2025 6:48 PM

views 23

গণৰাজ্য দিৱসৰ প্ৰস্তুতিঃ কুচকাৱাজৰ সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি

গণৰাজ্য দিৱসৰ প্ৰস্তুতি হিচাপে অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পানবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে কাইলৈ বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰ...

January 24, 2025 6:41 PM

views 33

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবেও ইতিমধ্যে অনুশীলন সম্পূর্ণ হৈছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অ...

January 24, 2025 5:27 PM

views 41

ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কপূৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিলঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিল, যিয়ে বিভিন্ন সংস্কাৰসমূলক পদক্ষেপৰ জৰিয়তে বিহাৰত নৱ- জাগৰণৰ সূচনা কৰিছিল। বিহাৰৰ ছমষ্টিপুৰৰ কপূৰি গাঁৱত আজি কপূৰি ঠাকুৰৰ ১০১ সংখ্যক জন্ম বার্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত দ...

January 24, 2025 2:11 PM

views 32

৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত ড° হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি জাপান ভ্ৰমণৰ দ্বিতীয় দিনা দেশখনৰ ৮০ গৰাকীতকৈও অধিক উদ্যোগপতিৰ সৈতে বার্তালাপত মিলিত হৈ এই কথা প্রকাশ কৰে। তেওঁ লগতে অসমক দেশৰ পৰৱৰ্তী অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রী শর্মাই আজি তেওঁৰ জাপান ভ্রমণৰ তৃতীয় দিন...

January 24, 2025 2:08 PM

views 23

প্রশান্ত কুমাৰ মোদকক অসম সাহিত্য সভাৰ জিলা প্রতিনিধি হিচাপে নির্বাচিত

লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্রিকা সম্পাদক প্রশান্ত কুমাৰ মোদকক অসম সাহিত্য সভাৰ জিলা প্রতিনিধি হিচাপে নির্বাচিত কৰা হৈছে। লখিমপুৰ জিলা সাহিত্য সভাৰ দ্বাবিংশতিতম দ্বিবার্ষিক অধিৱেশনত কালি সর্বসম্মতিক্রমে বিশিষ্ট সংবাদকর্মীগৰাকীক নির্বাচিত কৰা হয়।

January 24, 2025 1:22 PM

views 38

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি অব্যাহত

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো পূৰ্ণ প্ৰস্তুতি চলিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূ...

January 24, 2025 1:20 PM

views 37

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ

ৰাজ্যৰ ১০ গৰাকী উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি রাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰ...

January 24, 2025 1:19 PM

views 17

কামাখ্যা দেৱালয়ত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ব্যাপক অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে কামাখ্যা দেৱোত্তৰ ব'ৰ্ডৰ নামত হোৱা বুজন পৰিমাণৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত কালি দেৱালয় পৰিসৰত ব্যাপক অভিযান চলায়। শক্তিপীঠ কামাখ্যা ধামৰ পৰিচালনাৰ বাবে গঠিত কামাখ্যা দেৱোত্তৰ ব'ৰ্ডত ২০০৩-ৰ পৰা ২০১৯ চনলৈ প্ৰায় ৭ কোটি ৬২ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। এই সন...

January 24, 2025 1:17 PM

views 33

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি অব্যাহত

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে। অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ভট্টদেৱ ক্ষেত্ৰত হ'বলগীয়া সভাৰ অধিবেশনৰ বাবে এইবাৰ ৬ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে এইবাৰ অধিবেশনত সকলো প্রতিনিধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।