আঞ্চলিক সংবাদ

December 25, 2024 12:53 PM December 25, 2024 12:53 PM

views 1

কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেব গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্...

December 25, 2024 12:40 PM December 25, 2024 12:40 PM

views 5

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

December 25, 2024 12:35 PM December 25, 2024 12:35 PM

views 2

প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে সু-শাসন দিৱস পালন

দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশতে সু-শাসন দিৱস পালন কৰা হৈছে। এই দিৱসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনত দেশৰ প্...

December 25, 2024 12:25 PM December 25, 2024 12:25 PM

views 8

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰৰ প্ৰকোপ বৃদ্ধি

বৰদিনৰ বতৰত জাৰৰ প্ৰকোপ বাঢ়ে বুলি চলি অহা কথাষাৰ এইবাৰো সঁচা প্ৰমাণিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুহ মাহৰ আজি ৯ তাৰিখে নিশাৰ তাপমাত্রা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেতবোৰ ঠাইত পুহৰ হাড় কঁপোৱা জাৰৰ আগমন ঘটিছে। উত্তৰ লখিমপুৰত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সর্বনিম্ন তাপমাত্রা...

December 25, 2024 12:19 PM December 25, 2024 12:19 PM

views 7

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পবিত্র বৰদিন পালন

আজি পবিত্র বৰদিন। যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই উৎসৱত খ্ৰীষ্টধর্মী লোকসকলে নিজৰ উপাসনাস্থলী গীৰ্জাঘৰত সমবেত হৈ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেৰে বৰদিন উদযাপন কৰিছে। যোৱা নিশাৰ পৰাই কেবলব ধ্বনি আৰু মনোমোহা আলোকসজ্জাৰে প্ৰতিটো গীর্জা মুখৰিত হৈ উঠিছে। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যতো অ...

December 25, 2024 11:53 AM December 25, 2024 11:53 AM

views 8

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পথ সুৰক্ষা সম্পৰ্কীয় পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত পথ সুৰক্ষা সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুর্ঘটনা, পথ সুৰক্ষা আইন বলৱৎ, পৰিবহণ আৰু আৰক্ষী বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা আদি বিষয়ত পর্যালোচনা কৰা হয়। দুৰ্ঘটনা বোধ কৰ...

December 24, 2024 9:15 PM December 24, 2024 9:15 PM

views 6

চাবুৱাৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ দাখাদেৱী ৰাচিৱাচিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে আৰু সোণালী জয়ন্তী স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্ৰীসোণোৱালে মহাবিদ্যালয়খনে চাবুৱাৰ সমাজৰ প্ৰতি মহাবিদ্যালয়খনৰ অৱদানৰ ভূয়সী প্ৰশংসা ...

December 24, 2024 8:33 PM December 24, 2024 8:33 PM

views 5

চৰাইদেউৰ চৰকাৰী চিকিৎসালয়ত যোৱা ৪৮ ঘণ্টাত জন্মগ্ৰহণ কৰা কন্যা শিশুৰ মাতৃক একোটিকৈ উপহাৰৰ টোপোলা প্ৰদান

ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা চিকিৎসালয়ত যোৱা ৪৮ ঘণ্টাৰ ভিতৰত জিলাখনৰ চৰকাৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা নৱজাতক কন্যা শিশুৰ মাতৃক একোটিকৈ উপহাৰৰ টোপোলা বিতৰণ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কন্যা শিশু, নাৰী সৱলীকৰণ আৰু লিংগ স...

December 24, 2024 8:31 PM December 24, 2024 8:31 PM

views 5

কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংক...

December 24, 2024 8:30 PM December 24, 2024 8:30 PM

views 6

লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা

লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়োৱা হৈছে। অহা ২৭ ডিচেম্বৰত চানমাৰিৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা বিশেষ অনুষ্ঠানত লোককৃষ্টিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে দুৰ্গেশ্বৰ সোণোৱালক এই বঁটা প্ৰদান কৰা হ'ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।