আঞ্চলিক সংবাদ

February 3, 2025 7:39 PM

views 19

মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সাংবাদিকৰে মত বিনিময়

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত অঞ্চলটোৰ বাবে মুঠ ৪ হাজাৰ ৬ কোটি টকা ৰে'ল বিভাগলৈ আৱণ্টন কৰাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ ৫ হাজাৰ ৯১৫ কোটি টকালৈ বৃদ্ধি...

February 3, 2025 7:19 PM

views 30

অসম সাহিত্য সভাৰ অধিৱেশনত প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে আলোচনা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিনা বুৰঞ্জী সন্মিলনেৰে কাৰ্যসূচী আৰম্ভ হয়। প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হয়। ইয়াৰ পাছতে বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ মুৰববী অনিল বড়োৱে ...

February 3, 2025 6:58 PM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আমবাৰী সংৰক্ষিত বনাঞ্চললৈ বিভিন্ন পক্ষীৰ আগমন হয়। এই বনাঞ্চল বিভিন্ন পক্ষীৰ সুৰক্ষিত আবাসভূমি হিচাপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনত পক্ষী পৰ্যটনৰ...

February 3, 2025 6:55 PM

views 13

আলফা সংগঠনক অহা ৪ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ওপৰত থকা নিষেধাজ্ঞা ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলে আলফা সংগঠনক অহা ৪ মাৰ্চৰ বিয়লি ৩ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে। অবৈধ কা...

February 3, 2025 6:51 PM

views 28

এডভাণ্টেজ আছাম সন্দৰ্ভত প্রধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আলোচনা

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া ৰাজ্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়ন সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰি এই সন্মিল...

February 3, 2025 6:26 PM

views 38

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হৈছে। অৱশ্যে এইবাৰ সৰস্বতী পূজাৰ তিথি দুদিনীয়া হোৱাৰ বাবে কোনো কোনো অঞ্চলত কালি সৰস্বতী পূজা পালন কৰা হয়। অৱশ্যে ৰাজ্যৰ বেছি সংখ্যক শিক্ষানুষ্ঠানত আজি উলহ-মালহেৰে ধৰ্মীয় ৰীতি-নীতিৰে সৰস্বতী পূজা উদযাপন কৰা হৈ...

February 3, 2025 12:37 PM

views 22

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ আজি চতুর্থ দিন, ২ বজাত দ্বিতীয় মুকলি সভা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিন। আজি পুৱা চাৰে ৯ বজাত বুৰঞ্জী সন্মিলন, দিনৰ ১১.৩০ বজাত বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ। দুপৰীয়া ২ বজাত অধিৱেশনৰ দ্বিতীয় মুকলি সভা অনুষ্ঠিত হ'ব। আনহাতে বিয়লি ৪ বজাত যুৱ সংসদ, সন্ধিয়া চাৰে ৬ বজাত সাংস্কৃতিক সন্মিলন আৰু চ...

February 3, 2025 12:34 PM

views 23

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে লাভ কৰিব ৪৪,৪৯৪ কোটি টকা

অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে মুঠ ৪৪ হাজাৰ ৪৯৪ কোটি টকা লাভ কৰিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কৰৰ অংশ হিচাপে ৪০ হাজাৰ ২৫৩ কোটি টকা অসমক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই হিচাপত অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ৪ হাজাৰ ২৪০ কোটি টকা বেছিক...

February 3, 2025 12:32 PM

views 24

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ প্ৰস্তুতি তুংগত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী থকা অৱস্থাত আয়োজক সমিতিৰ প্ৰস্তুতি তুংগত উঠিছে। এইবাৰৰ অধিৱেশন যোৰহাটৰ ম'হবন্ধাৰ এৰালতলী পথাৰত অহা ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা হৈছে। জাতি, ধৰ্ম, বর্ণ নির্বিশেষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰি কাষৰীয়া জিলাসমূহ...

February 3, 2025 12:29 PM

views 53

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি কৰ্কট ৰোগ সজাগতাঃ প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত কৰ্কট ৰোগ সজাগতা : প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত ডাঃ দদুল মণ্ডলৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।