December 26, 2024 12:32 PM December 26, 2024 12:32 PM
9
মানৱবিহীন লেভেল ক্ৰ’চিংৰ ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ
উত্তৰ-পূব সীমান্তৰ ৰে'লৱেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা মুঠ ৯৫০টা মানৱবিহীন লেভেল ক্ৰ'চিং চিনাক্ত কৰি ইয়াৰে ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ৰে'ল বিভাগে জনোৱা অনুসৰি তিনিচুকীয়া ২৩৫টা, লামডিঙত ২২১টা, ৰঙিয়া ৮৮টা, আলিপুৰদুৱাৰত ১৭১টা আৰু কাটিহাৰত ৯৪টা স্থানত বেৰিকে স্থাপন কৰা হৈছে। উল্লেখযোগ্য...