আঞ্চলিক সংবাদ

February 6, 2025 11:15 AM

views 9

প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম-২০২৫

প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম ২০২৫ অনুষ্ঠিত হ'ব। এই সমাগমত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ হাজাৰৰো অধিক জনজাতীয় লোকে অংশগ্রহণ কৰিব।  ছদিনীয়া এই অনুষ্ঠানত সকলোৱে আদিবাসীসকলৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ প্রতিশ্রুতি ল'ব। উল্লেখযোগ্য যে, বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপল...

February 6, 2025 11:14 AM

views 7

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ পথত অগ্ৰসৰ হৈছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। ভার্চুৱেল ব্যৱস্থাৰে আগৰতলাত আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী সম্বোধন কৰি গৃহমন্ত্রী অমিত শ্বাহে এনেদৰে কয় । ত্ৰিপুৰা চৰকাৰে কোনো ধৰণৰ বৈষম্য বা দুর্নীতি অবিহনে সম্পূৰ্ণ স্বচ্ছতাৰে চাকৰি প্ৰদান কৰিছে বু...

February 6, 2025 11:08 AM

views 14

দেশত সোণৰ চাহিদা ৮০২.৮ টনলৈ বৃদ্ধি

দেশত সোণৰ চাহিদা ২০২৩ বৰ্ষৰ ৭৬১ টনৰ বিপৰীতে বিগত বৰ্ষতকৈ ৫ শতাংশ বৃদ্ধি হৈ ৮০২ দশমিক ৮ টন হয়। আমদানি শুল্ক হ্ৰাস পোৱাৰ ফলত বিভিন্ন উৎসৱ পাৰ্বন আদিত সোণৰ ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পায়। বিশ্ব সোণ পৰিষদৰ সূত্ৰ অনুসৰি চলিত বৰ্ষত সোণৰ চাহিদা ৭০০ৰ পৰা ৮০০ টনৰ মাজত থকাৰ সম্ভাৱনা আছে। সোণৰ চাহিদা মূল্য ২০২৩ বৰ...

February 5, 2025 8:18 PM

views 19

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত হ’বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনা বৈঠক

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গ্ৰহণ কৰিবলগীয়া ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এই কাৰ্যসূচীৰ বিভিন্ন দিশ সন্দ...

February 5, 2025 8:13 PM

views 17

২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া ভ্রমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। ৰাজ্যখনত ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন প্রধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা...

February 5, 2025 8:07 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনায়। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ...

February 5, 2025 1:11 PM

views 18

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ বৰ্তমানৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পৰ অধীনত বিমান বন্দৰটোৰ সন্মুখৰ এলেকা ২৭০ বর্গমিটাৰৰ পৰা এহেজাৰ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে। তদুপৰি প্ৰায় ৯০০ বর্গমিটাৰৰ অতিৰিক্ত পদপথৰো ব্য...

February 5, 2025 1:09 PM

views 9

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত বেতনবঞ্চিত শিক্ষকৰ অহা ১০ ফেব্ৰুৱাৰীত পুনৰ আমৰণ অনশন

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত ভালেমান বেতন বঞ্চিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত কালি লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰা হয়। চৰকাৰীভাৱে নিযুক্তি পোৱা বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী আজি পর্যন্ত চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে যোৱা ৯ আৰু ১০ জ...

February 5, 2025 1:08 PM

views 21

ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ বিকাশজ্যোতি বৰা

গুৱাহাটী ডবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশজ্যোতি বৰা ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন ডবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে। যোৱা ১ ফেব্ৰুৱাৰীত বিশ্ব ডবা সংস্থাই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি তেওঁ ১,৫৬৬ ৰেটিং পইণ্ট লাভ কৰে। যোৱা বছৰৰ ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ...

February 5, 2025 10:55 AM

views 10

বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে’লপথৰ সম্প্ৰসাৰণ হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে'লপথৰ সম্প্ৰসাৰণ হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এই সম্প্রসাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চলক অগ্রাধিকাৰ দিয়াৰ নীতিকে প্রতিফলিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইবাৰৰ বাজেট...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।