আঞ্চলিক সংবাদ

February 7, 2025 10:59 AM

views 13

জাপানৰ প্রতিনিধি দলৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ ইতিবাচক বার্তা কঢ়িয়াই কালি জাপানৰ এটা প্রতিনিধি দল অসমত উপস্থিত হয়। ৫১জনীয়া দলটোৱে জাগীৰোডত নিৰ্মাণ কাৰ্য চলি থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বিশেষ বৈঠকতো অংশগ্ৰ...

February 6, 2025 7:24 PM

views 27

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ'ব। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-প...

February 6, 2025 7:20 PM

views 19

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমদিনা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে আজি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। আজি নামঘৰৰ তোৰণ উ...

February 6, 2025 7:16 PM

views 23

এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

ৰাজ্যখনৰ বিনিয়োগ আন্তঃগাথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত এখন বৈঠক অনুষ্ঠিত হয়। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ ...

February 6, 2025 7:13 PM

views 12

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰ সবকা সাথ সবকা বিকাশ নীতিৰে অগ্ৰসৰ হৈছে আৰু সাধাৰণ শ্ৰেণীৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছে। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে দৰিদ...

February 6, 2025 6:45 PM

views 13

সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ

বজালী জিলাৰ সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শ...

February 6, 2025 6:43 PM

views 23

গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন

প্রাক্তন সৈনিক কল্যাণ বিভাগৰ অন্তৰ্গত পুনৰসংস্থাপন সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এই নিয়োগ মেলাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পুনৰসংস্থাপন সঞ্চালক, মেজৰ জেনেৰেল এছ বি কে সিঙকে ধৰি কেইব...

February 6, 2025 6:38 PM

views 17

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত ৰাজ্যৰ ৬,৫০০টা পৰিয়াল উপকৃত : মুখ্যমন্ত্রী

স্বচ্ছ শক্তিৰে জনসাধাৰণৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ অৰ্থে চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত ৰাজ্যৰ ৬ হাজাৰ ৫০০টা পৰিয়ালে নিজৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰি বিদ্যুৎ সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে...

February 6, 2025 6:33 PM

views 14

কাছাৰৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কাছাৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিলচৰত তেওঁ ৰাধা মাধৱ মহাবিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ডঃ পেগুক মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে নিজে প্ৰস্তুত কৰা থলুৱা অসমীয়া আৰু মণিপুৰী গামোচাৰে সম্বৰ্ধনা জনায়। শিক্...

February 6, 2025 12:40 PM

views 13

অসম মূল্য সংযোজিত কৰ সংশোধনী নিয়মাৱলী ২০২৫ৰ খচৰাত অসম মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত অস্থায়ী হিচাপে ২০১৩ চনৰ পূৰ্বৰে পৰা কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাৰ বৈঠকত অসম পৌৰনিগম কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক ২০২৫ত অনুমোদন জনোৱা হৈছে। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ৭১ খন পৌৰ নিকায়ৰ এহেজাৰ ৪৪ গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।