আঞ্চলিক সংবাদ

December 29, 2024 6:55 PM December 29, 2024 6:55 PM

views 4

সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে  খুমটাইত তৃতীয় পৰ্যায় খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল

গোলাঘাট জিলাৰ খুমটাইত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই প্লাণ্ট এণ্ড ফ্লাৱাৰ ফেষ্টিভেল অনুষ্ঠিত হ'ব। মন্ত্ৰী অতুল বৰাই আজি বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে এই উৎসৱ সন্দৰ্ভত আলোচনা মিলিত হয়। এই প্রয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। উদ্ভিদ আৰু ফুল...

December 29, 2024 6:52 PM December 29, 2024 6:52 PM

views 7

গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

গোলাঘাট জিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰা হয়। হীৰক জয়ন্তীৰ অন্তিম দিনৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত আজি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনে পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি অনাগত দিনতো শৈক্ষিক বিপ্লৱ সৃষ্টিৰে ...

December 29, 2024 6:45 PM December 29, 2024 6:45 PM

views 4

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সামৰণি

মৰিগাঁও জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৬ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। ৰাজ্যৰ ১৩০০ৰো অধিক এথলীটে অংশগ্ৰহণ কৰা প্রতিযোগিতাখনত ডিব্ৰুগড় জিলাই শ্রেষ্ঠ দল, অসম পুলিচে দ্বিতীয় শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ জিলাই তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। সামৰণি অনুষ্ঠান...

December 29, 2024 6:22 PM December 29, 2024 6:22 PM

views 18

ৰাজ্যৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ  পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ

ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মু...

December 29, 2024 6:10 PM December 29, 2024 6:10 PM

views 9

চিনেমা আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধানৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। অহা বছৰৰ ২৬ জানুৱাৰীত দেশত সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ব। নিজৰ বক্তব্যত শ্রীমোদীয়ে সংবিধানক দেশবাসীৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে এনিমেশন চিনেমা, নিয়মী...

December 29, 2024 12:31 PM December 29, 2024 12:31 PM

views 7

মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে যিমান কৰিছে, স্বাধীনতাৰ পাছত ৰাজ্যৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি  জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত কালি দিনজোৰা কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিমান ...

December 29, 2024 12:23 PM December 29, 2024 12:23 PM

views 23

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত নৱনিৰ্মিত ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলিৰ ব্যৱস্থা

নামেৰী ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে উদ্যানৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ট্রেকিং পথটো জানুৱাৰীত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে ৰাজ্যৰ পৰ্যটন মানচিত্ৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান দখল কৰিছে। ৰাজহ সংগ্ৰহৰ ক্...

December 29, 2024 12:20 PM December 29, 2024 12:20 PM

views 4

মণিপুৰৰ থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত সংঘর্ষ অব্যাহত

মণিপুৰৰ পূব ইম্ফল আৰু কাংপপি জিলাৰ সীমান্তৱৰ্তী থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত হিংসাত্মক সংঘর্ষ অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী তথা নিৰাপত্তাবাহিনীৰ লোকক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে। এই সংঘৰ্ষত সাংবাদিক, আৰক্ষীসহ বহুলোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অঞ্চলটোত আতংকিত ৰ...

December 29, 2024 12:16 PM December 29, 2024 12:16 PM

views 10

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনা বাহিনীৰ স্পিয়াৰ ক'ৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও- বিজয়নগৰ পথৰ কাষৰ এম এছ-২৭ৰ সমীপৰ বনাঞ্চলত এই মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন...

December 29, 2024 12:12 PM December 29, 2024 12:12 PM

views 23

গুৱাহাটীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠ চকু চিকিৎসক ডা০ ছফিকউদ্দিন আহমেদৰ বাসভৱন তথা চিকিৎসা প্ৰতিষ্ঠানত আয়কৰ বিভাগে কালি অভিযান চলাই ৫০ লাখৰো অধিক নগদ টকা আৰু ভালেসংখ্যক নথি- পত্র জব্দ কৰে। আয়কৰ বিভাগে গুৱাহাটী মহানগৰীৰ ৰুক্মিনীগাঁৱৰ জি এছ ৰোডত থকা ৰেটিনা চেণ্টাৰ নামৰ ডাঃ ছফিকউদ্দিন আহমেদ মালিকনাধীন চিকিৎসা প্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।