আঞ্চলিক সংবাদ

December 30, 2024 12:33 PM December 30, 2024 12:33 PM

views 19

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত...

December 30, 2024 12:29 PM December 30, 2024 12:29 PM

views 13

পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। ২৭ খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মু...

December 30, 2024 12:25 PM December 30, 2024 12:25 PM

views 15

২০২৫-২৭ বৰ্ষৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্য সভাক অনাগত সময়ত বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হেমন্ত দত্তৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ড০ গোস্বামীয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ২০২৫-২৭ বৰ্ষৰ বাবে ড...

December 29, 2024 9:10 PM December 29, 2024 9:10 PM

views 4

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কৰা হয়। এই নিৰ্বাচনত ১৩টা পদৰ বাবে ২৪গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচন প্ৰক্ৰিয়াত ২৯০৫গৰাকী অংশীদাৰ ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰে। সমবায় সমিতিৰ ভোটগ্ৰহণৰ পূৰ্বে অংশীদাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

December 29, 2024 9:08 PM December 29, 2024 9:08 PM

views 5

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত

চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে কোচ-ৰাজবংশী ভাষা বন্দনা সমাৰোহ অনুষ্ঠিত হয়। কোচ-ৰাজবংশী ভাষা অধ্যয়ন গৱেষণা আৰু উন্নয়ন সমিতিৰ সচিব মঞ্জু বৰুৱাৰ পৌৰহিত্যত এই অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহত কোচ-ৰাজবংশী ভাষা ব্যাকৰণ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত কেইবাখনো জিলাৰ ব...

December 29, 2024 9:03 PM December 29, 2024 9:03 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বা...

December 29, 2024 8:56 PM December 29, 2024 8:56 PM

views 15

গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত তৃতীয় দিনা অগণন লোকৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনাও কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি বিয়লি গ্রন্থমেলাথলীত ভিন্ন সাহিত্য ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ শীর্ষক আলোচনাচক্র ...

December 29, 2024 8:49 PM December 29, 2024 8:49 PM

views 7

কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন কবিতাৰ দিন হিচাপে পালন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্ৰতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱ...

December 29, 2024 8:18 PM December 29, 2024 8:18 PM

views 19

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলীৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আগজাননী দিছে। একেদৰে পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানতো ২ৰ পৰা ৩ দিনৰ ভিতৰত অতি ঘন কুঁৱলী পৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। বিভাগে দিয়া আগলি বতৰা অনুসৰি অহা পাঁচ দি...

December 29, 2024 8:06 PM December 29, 2024 8:06 PM

views 9

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ  ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ বাবে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাই গ্রহণ কৰা নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।