January 5, 2025 11:23 AM January 5, 2025 11:23 AM
5
কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত বিধানসভাৰ অধ্যক্ষই কালি এই চূড়ান্ত ৰায় দিয়ে। কংগ্ৰেছৰ আবেদন খাৰিজ কৰি শ্বেৰমানৰ বিধায়ক পদ বাহাল ৰখা হয়। বিধায়ক পদ খাৰিজ কৰিব পৰাকৈ শ্বেৰমান আলীয়ে সং...