আঞ্চলিক সংবাদ

February 13, 2025 7:07 PM

views 14

যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত ‘জল আড্ডা’ শীৰ্ষক মত বিনিময় অনুষ্ঠান

যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি বিভাগৰ সভাকক্ষত জিলাখনৰ জলজীৱন মিছনৰ সৈতে জড়িত লোকসকলৰ জল আড্ডা শীৰ্ষক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। এই জল আড্ডাত জলজীৱন মিছনৰ সফল ৰূপায়ণ, জল সংকট দূৰীকৰণ আৰু পানীৰ অপব্যৱহাৰ ৰোধ সন্দৰ্ভত মত বিনিময় কৰা হয়। এই জল আড্ডাত জিলাখনৰ ৭ খন বিদ্যালয...

February 13, 2025 7:06 PM

views 38

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণকৰ্মীৰ দক্ষতা বিকাশৰ প্রশিক্ষণ কাৰ্যসূচী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰজাতি জোঁট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কৰ্মশ...

February 13, 2025 7:04 PM

views 13

ৰাজ্যৰ বিদ্যালয় শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত বুলি ৰাজ্যিক বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ সৰ্বাংগীণ উন্নয়নৰ হকে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন সুবিধাসমূহৰ ফলস্বৰূপে সম্প্রতি বিদ্যালয় শিক্ষা ব্যৱস্থাৰ যথেষ্ট উন্নতি হৈছে। বিদ্যালয় শিক্ষাৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰকাশ পোৱা বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০১০ চনৰ তুলনাত ২০২৪ চনত মধ্যাহ্ন ভোজন, খোৱাপানী, ছাত্ৰ...

February 13, 2025 6:58 PM

views 30

ৰাজ্যত ৮৫৬টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ৰাজ্যত ৮৫৬টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে। এইবাৰ মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১ লাখ ৪৪ হাজাৰ ৫০২ গৰাকী ছাত্ৰ আৰু ১ লাখ ৬২ হাজাৰ ৪২৩ গৰাকী ছাত্ৰী আছে। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত ২ লাখ ৩০...

February 13, 2025 6:57 PM

views 31

আকাশবাণী গুৱাহাটী কেন্দ্রৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মই ৰেডিঅ’ কিয় শুনো’ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্রই শনিবাৰে নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মই ৰেডিঅ' কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্রত্যাশা সম্প...

February 12, 2025 8:38 PM

views 32

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদ মেলত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ...

February 12, 2025 8:19 PM

views 54

সৰ্থেবাৰীৰ ঐতিহাসিক বছেৰেকীয়া সভা মহোৎসৱ আৰম্ভ

কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ ঐতিহাসিক বছেৰেকীয়া সভা মহোৎসৱ কালি আৰম্ভ হৈছে। ১৫৯ সংখ্যক এই সভাৰ আজি মূল কার্যসূচী উপলক্ষে হোম যজ্ঞ অনুষ্ঠিত হয়। শ্রীশ্রী জগন্নাথ মহাপ্ৰভুৰ এই সভা মহোৎসৱ সৰ্থেবাৰীৰ ৫ খেল গঞাৰ উদ্যোগত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে ব্ৰিটিছ চৰকাৰৰ খাজনা নীতিৰ বিৰুদ্ধে সৰ্থেবাৰীৰ ...

February 12, 2025 8:17 PM

views 39

সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি শিক্ষাৰ্থীসকলৰ সামগ্রিক শিক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগত সদৌ অসম বিজ্ঞান আৰু গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ২,৫০০ ৰো অধিক বিদ্যালয়ৰ ১ লাখ ৭৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই অলিম্পিয়াডত ভাগ লোৱাৰ সুযোগ লাভ কৰ...

February 12, 2025 8:15 PM

views 36

সামগ্রিক প্রগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়ৰ

শ্রীভূমি জিলাৰ পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়ে, বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সামগ্রিক প্রগতি মূল্যায়নকাৰী কাৰ্ড প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ মহেন্দ্ৰ সিঙে তেওঁৰ দলটোৰ সহায়ত অভিলেখ সময়ত এই কাম সম্পন্ন কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় মা...

February 12, 2025 8:12 PM

views 17

মহানগৰীৰ বিভিন্ন স্থানত গুৱাহাটী জল ব’র্ডৰ ৰবটিক জৰীপৰ কাম আৰম্ভ

গুৱাহাটী জল ব’র্ডে ইয়াৰ অধীনৰ জল পৰিবাহী নলীৰ বিসঙ্গতি ধৰা পেলোৱাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত ৰবটিক জৰীপৰ কাম আৰম্ভ কৰিছে। আজি মহানগৰীৰ খাৰঘুলিত জল ব’র্ডে কাৰিকৰী বিশেষজ্ঞৰ সহায়ত এই ৰবটিক জৰীপ চলায়। এই জৰীপৰ জৰিয়তে ভৱিষ্যতে পানী পৰিবাহী নলীৰ ৱেল্ডিং অর্থাৎ জোৰা লগোৱা অংশত ওলাব পৰা ছিদ্র আগতীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।