January 6, 2025 12:35 PM January 6, 2025 12:35 PM
10
চৰাইদেউ মৈদামত ৯ জানুৱাৰীৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ
বিশ্ব সাংস্কৃতিক ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী আৰু অসম চৰকাৰৰ সহযোগত অহা ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৫ উদযাপন কৰা হ'ব। ৯ জানুৱাৰীৰ পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ মুকলি কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰিব...