আঞ্চলিক সংবাদ

January 15, 2025 6:57 PM January 15, 2025 6:57 PM

views 14

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ লাইখুঁটা স্থাপন

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত মানাহ মহোৎসৱৰ প্ৰস্তুতি চলি আছে। ২৫ জানুৱাৰীৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া এই মহোৎসৱৰ লাইখুঁটা আজি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক...

January 15, 2025 6:55 PM January 15, 2025 6:55 PM

views 10

প্ৰতিদিনে পুৱা ৭-৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা ৭ বাজি ৫৫ মিনিট আৰু সন্ধিয়া ৬ বজাত প্ৰচাৰ কৰি অহা বাতৰিক উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্রোতাই আপত্তি দৰ্শোৱা বাতৰি বিভাগৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে, ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দে...

January 15, 2025 6:52 PM January 15, 2025 6:52 PM

views 16

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজিৰে পৰা বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। বাক্সা জিলাৰ বিভিন্ন স্থানত অৱস্থিত বাথৌ মন্দিৰসমূহত বাথৌ উৎসৱ আয়োজন কৰা পৰিলক্ষিত হৈছে। মাঘ বিহুৰ সময়তে বড়ো আৰু অন্য কছাৰী জনগোষ্ঠীৰ লোকসকলে দুইৰ পৰা তিনিদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰে। কছাৰী সকলৰ ...

January 15, 2025 11:13 AM January 15, 2025 11:13 AM

views 21

গণৰাজ্য দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্রশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্রথমে বিদ...

January 15, 2025 11:06 AM January 15, 2025 11:06 AM

views 6

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 11:03 AM January 15, 2025 11:03 AM

views 6

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 10:58 AM January 15, 2025 10:58 AM

views 40

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্রকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি পর্যটন বিভাগে আশা প্রকাশ কৰিছে। বিগত সময়ছোৱাত এইক্ষেত্ৰত লাভ কৰা সফলতাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিত্তিত বিশ্ব পর্যটন খণ্ডত অসম অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। শেহতীয়া কেইটামান বছৰত ৰাজ্যখন...

January 15, 2025 10:55 AM January 15, 2025 10:55 AM

views 16

ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম

আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শ...

January 15, 2025 10:16 AM January 15, 2025 10:16 AM

views 17

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ দেশী-বিদেশী উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই সন্মিলনলৈ আমন্ত্রণ জনায়। এই উদ্দেশে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্...

January 14, 2025 9:23 PM January 14, 2025 9:23 PM

views 17

এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত  মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়া ভ্ৰমণ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্রী উইছন ওগাক সাক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।