আঞ্চলিক সংবাদ

March 20, 2025 11:22 AM

views 23

আজি বিশ্ব ঘনচিৰিকা দিৱস

● আজি বিশ্ব ঘনচিৰিকা দিৱস। পৰিৱেশৰ ভাৰসাম্য অক্ষুণ্ণ ৰখাত সহায় কৰা অথচ ক্ৰমাৎ হ্ৰাস পাই অহা এই চৰাইবিধ সংৰক্ষণৰ বাবে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ বিষয়বস্তু হ'ল লাভ স্পেৰ’ বা ‘ঘনচিৰিকাক মৰম কৰক'। এই দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰ...

March 20, 2025 11:17 AM

views 25

২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব

● ২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল অহা ২৭ মাৰ্চত ঘোষণা কৰা হ'ব। সেইদিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এই অনুষ্ঠানত ২০২৪ বৰ্ষৰ গুণোৎসৱত এ-প্লাছ পোৱা ৰাজ্যৰ ১১,৫৯৪ খন বিদ্যালয়ক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ'ব। সমগ্র শিক্ষা অসমে এখন জাননীৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে।

March 20, 2025 11:13 AM

views 44

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

■ অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। নিৰ্বাচনত দুয়োখন জিলাৰ ৩ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। নির্বাচন হ'বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্...

March 20, 2025 11:08 AM

views 39

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ সিদ্ধান্তক আদৰণি সৰ্বানন্দ সোণোৱালৰ

■ কেন্দ্রীয় মন্ত্রীসভাই কালি নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প...

March 20, 2025 11:02 AM

views 25

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব: মুখ্যমন্ত্ৰী

■ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। হিতাধিকাৰীসকলে বজাৰৰ দৰতকৈ দাইল আৰু চেনি কম মূল্যত লাভ কৰাৰ লগতে নিমখ ১০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৰেচন কাৰ্ড থকা পাঁচজনীয়া পৰ...

March 20, 2025 10:55 AM

views 22

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ'ব। বিয়লি ৪ বজাৰ পৰা হ'বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে সামৰি ল'ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্ম...

March 19, 2025 9:30 PM

views 19

ধৰমতুল বনাঞ্চলত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

মৰিগাঁও জিলাৰ ধৰমতুল বনাঞ্চলৰ অন্তৰ্গত আমচৈত এটা আঘাতপ্ৰাপ্ত বন্যহস্তিৰ যান্ত্ৰণা কাতৰ অৱস্থা আৰু চলন ফুৰণৰ দৃশ্যই মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী জনসাধাৰণক। এই হৃদয় বিদাৰক ঘটনাটোৰ কোনো প্ৰত্যক্ষদৰ্শীয়ে এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে...

March 19, 2025 9:21 PM

views 25

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত কাইলৈৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায় আৰু পহিলা এপ্ৰিলৰ পৰা ১১ এপ্ৰিলল...

March 19, 2025 9:18 PM

views 27

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞা...

March 19, 2025 9:11 PM

views 18

অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা নাইঃ মুখ্যমন্ত্রী

তিনিচুকীয়া নগৰত কেইগৰাকীমান ৰাজনৈতিক নেতাৰ উদ্যোগত বিহাৰ দিৱস উদযাপন কৰাৰ বিষয়ে বাতৰি প্ৰকাশৰ পাছত উজনি অসমৰ কেইবাটাও দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰাক লৈ নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে ঐতিহাসিক মটক ৰাজ্যৰ ৰাজধানী বেংমৰা আৰু এতিয়াৰ তিনিচুকীয়া নগৰত বিহাৰ দিৱস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।