আঞ্চলিক সংবাদ

March 20, 2025 7:00 PM

views 34

আজি বিশ্ব সাধু কোৱা দিৱস

আজি বিশ্ব সাধু কোৱা দিৱস। শিশুৰ সাধু শুনা আৰু সাধু কোৱাৰ অভ্যাস গঢ়ি তুলি এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ লক্ষ্যৰে ১৯৯১ চনৰ ২০ মাৰ্চত ছুইডেনত এই দিৱসৰ সূচনা হৈছিল। পৰৱৰ্তী সময়ত ই বিশ্ব সাধু কোৱা দিৱস হিচাপে স্বীকৃতি লাভ কৰে। আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন ভিন ভাষাত প্ৰচলিত সাধু আৰু লোককথ...

March 20, 2025 6:56 PM

views 17

চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল সন্মানিত

 ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিছাৰ্চ কানেক্ট নামৰ সংস্থাৰ দ্বাৰা চলোৱা গৱেষণাত একেৰাহে দ্বিতীয় বছৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে। আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিকিৎসা মহাবিদ্যালয়খনক এই সন্মান প্ৰদান কৰা হয়। মহ...

March 20, 2025 6:54 PM

views 12

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ কৰা হৈছে। যোৱা ১৬ মাৰ্চৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা ২৫ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলে তেওঁলোকক আজি আইনী প্রক্রিয়া অনুসৰি পঞ্জাৱলৈ লৈ ...

March 20, 2025 6:24 PM

views 19

অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক তর্ক প্রতিযোগিতা

গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী তৃতীয় বার্ষিক সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰীৰ বাবে তর্ক প্রতিযোগিতা অনুষ্ঠিত হ'ব। ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ ফলত অসমীয়া ভাষা ভৱিষ্যতলৈ সুৰক্ষিত হৈছে এই বিষয়ত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ সকলো ছাত্ৰীৰ...

March 20, 2025 6:22 PM

views 16

আকাশবাণীৰ দৃষ্টিপাতত অহা শনিবাৰে পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্ম...

March 20, 2025 6:20 PM

views 26

আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে হাতত লোৱা ৰাষ্ট্ৰীয় মুখগহবৰৰ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন কৰা হৈছে। এই উপলক্ষে গোৱালপাৰা জিলাৰ অসামৰিক চিকিৎসালয়ত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। চিকিৎসালয়খনৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু উপ-অধীক্ষক ডাঃ অ...

March 20, 2025 6:19 PM

views 31

বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা

স্বচ্ছতা অভিযানক কাৰ্যকৰীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা আগবঢ়োৱা হৈছে। কৃষিজীৱি গাঁওবাসীয়ে কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তীতাৰ জৰিয়তে অতি কম দিনৰ ভিতৰত প্লাষ্টিক বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰি পৰিষ্কাৰ-পৰিচ্চন্নতাৰ ক্ষেত্ৰত ৰাজ্যজুৰি আদৰ্শ দ...

March 20, 2025 6:16 PM

views 26

অহা ২ এপ্ৰিলত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ৯৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৩৩ টা সমষ্টিত মুঠ ৯৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নির্বাচন হ'বলগীয়া দুখন জিলা কামৰূপ আৰু গোৱালপাৰাৰ ৩৬টা সমষ্টিৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিত...

March 20, 2025 6:26 PM

views 36

অনিবাৰ্য কাৰণবশত কাইলৈ হ’বলগীয়া উচ্চতৰ মাধ্যমিক গণিত বিষয়ৰ পৰীক্ষা স্থগিত

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাইলৈ হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্রকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ'ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ ...

March 20, 2025 6:10 PM

views 33

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। ডিব্ৰুগড় নগৰৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত ভাগ লোৱাৰ উদ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।