April 4, 2025 5:23 PM
24
ৰাজ্যৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতাল তথা স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ অসম চৰকাৰৰ
অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্য সেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ কৰে। জনতাভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি...