February 24, 2025 8:21 PM February 24, 2025 8:21 PM
3
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হৈছে যদিও এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতি পর্যালোচনা কৰি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। ...