আঞ্চলিক সংবাদ

March 5, 2025 11:53 AM March 5, 2025 11:53 AM

views 6

৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যৰ মন্ত্রীসভাই ৩৩৮ কোটি টকা ব্যয় সাপেক্ষে ৪৬টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্রীসভাই বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি তিনিচুকীয়াত মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় অসম আৰু ছিপাঝাৰত এডটেক দক্ষতা বিশ...

March 4, 2025 8:03 PM March 4, 2025 8:03 PM

views 5

শিলচৰ-লামডিং ব্রডগেজ ৰে’লপথ ৰূপায়ণ সংগ্ৰাম সমিতিৰ ৰে’লমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

কাছাৰ জিলাৰ চন্দ্ৰনাথপুৰ-লংকা সংযোগী দ্বিতীয়টো ৰে'লপথ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ দাবীত শিলচৰ-লামডিং ব্রডগেজ ৰে'লপথ ৰূপায়ণ সংগ্ৰাম সমিতিয়ে ৰে'লমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আজি সমিতিৰ সদস্যসকলে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱক প্ৰদান কৰে। সাংসদগৰাকীয়ে সদনত এই...

March 4, 2025 8:01 PM March 4, 2025 8:01 PM

views 7

গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি মহবুবুল হকৰ জামিন আবেদনৰ শুনানী গ্ৰহণ

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ পৰীক্ষাত হোৱা অনিয়মক লৈ ৰুজু হোৱা গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন আবেদনৰ শুনানী আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয়। ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠে শুনানী গ্রহণ কৰাৰ পাছত আজি সকলো পক্ষৰ যুক্তি দৰ্শোৱাৰ প্ৰক...

March 4, 2025 7:59 PM March 4, 2025 7:59 PM

views 4

গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত কাইলৈ ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন

গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত কাইলৈ গুৱাহাটীত পূব আৰু উত্তৰ-পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ এয়া হৈছে তৃতীয়খন এনেধৰণৰ সন্মিলন। সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহ পৰিক্ৰমা...

March 4, 2025 7:58 PM March 4, 2025 7:58 PM

views 7

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ ক'ৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৮ কোটি ৮৯ লাখ টকা ব্যয় ...

March 4, 2025 7:54 PM March 4, 2025 7:54 PM

views 12

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰ জিলাৰ এহেজাৰৰো অধিক এন এইচ এমৰ স্বাস...

March 4, 2025 7:51 PM March 4, 2025 7:51 PM

views 13

বিধানসভাত লালদুহমাৰ ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহমাই আজি ৰাজ্য বিধানসভাত ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী লালদুহমাই উত্থাপন কৰা এই বাজেটত মুঠ ১৫ হাজাৰ ১৯৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত ১২ হাজাৰ ৫৪০ কোটি ২০ লাখ টকাৰ ৰাজহ ব্যয় শিতানত ধাৰ্য্য কৰা হৈছে...

March 4, 2025 7:48 PM March 4, 2025 7:48 PM

views 13

প্ৰাক্তন আই আই টিয়ানৰ সহযোগত অসমত ১০ টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ১০ টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব। ৯০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী অংশ আই আই টিৰ প্ৰাক্তন ছ...

March 4, 2025 7:44 PM March 4, 2025 7:44 PM

views 15

ৰাজ্যত বৰ্তমানলৈকে ২৭, ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ২৭ হাজাৰ ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১৭ হাজাৰ ৩১৫ খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰি কয়, যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা ১০ হাজাৰ ৬১...

March 4, 2025 7:39 PM March 4, 2025 7:39 PM

views 8

ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি বিত্ত মন্ত্রীৰ প্ৰকাশ

অসম চৰকাৰে ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি আজি বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আশ্রাফুল হুছেইনৰ ঋণৰ উৎস সম্পর্কে উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।