আঞ্চলিক সংবাদ

March 22, 2025 7:20 PM March 22, 2025 7:20 PM

views 9

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি নিশা ৮.৩০-৯.৩০ বজালৈ ধৰিত্ৰী ঘণ্টা

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ১৯০ খনতকৈও অধিক দেশত পালন কৰা ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত এই বছৰ সকলোৰে বাবে প...

March 22, 2025 7:18 PM March 22, 2025 7:18 PM

views 4

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি কামৰূপ জিলাৰ বামুনীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কার্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে ...

March 22, 2025 7:12 PM March 22, 2025 7:12 PM

views 4

বজালীৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত ‘ধ্রুপদী অসমীয়া ভাষা-প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ শীৰ্ষক আলোচনা-চক্ৰ

বজালী জিলাৰ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ অৰ্থ সাহায্যত আৰু বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসম প্ৰান্তৰ সহযোগত মহাবিদ্যালয়খনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। ধ্রুপদী অসমীয়া ভাষা-প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এই ৰাষ্ট্ৰী...

March 22, 2025 7:11 PM March 22, 2025 7:11 PM

views 8

বজালী প্রাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ শিলান্যাস

বজালী প্রাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ আজি শিক্ষা বিষয়া কিশোৰ ৰাজবংশীয়ে শিলান্যাস কৰে। শিক্ষা খণ্ডটোৰ কৰ্মচাৰী, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আৰু ভালেসংখ্যক শিক্ষকৰ উপস্থিতিত এই শিলান্যাস কার্য অনুষ্ঠিত হয়। প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা আবণ্টিত ধনেৰে অসম আৰ্হিৰ ভৱনটো লোকনির্মাণ বিভাগে নিৰ্মাণ ক...

March 22, 2025 1:02 PM March 22, 2025 1:02 PM

views 9

গৌৰীপুৰৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংৰক্ষণৰ কাম পূর্ণ গতিত অব্যাহত

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগত থকা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ হাৱা মহলৰ সংৰক্ষণৰ কাম পূর্ণ গতিত চলি আছে। আমাৰ ধুবুৰী জিলাৰ সংবাদদাতাই জনোৱা মতে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উপৰি অসমৰ জমিদাৰী প্রথা তথা গোৱালপাৰা জিলাৰ পুৰণি সম্পদশালী ইতিহাসৰ সৈতে...

March 22, 2025 1:00 PM March 22, 2025 1:00 PM

views 6

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি ধৰিত্ৰী ঘণ্টা কাৰ্যসূচী ৰূপায়ন

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎচাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। World Wide Fund for Nature চমুকৈ WWF INDIA নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই ক...

March 22, 2025 12:58 PM March 22, 2025 12:58 PM

views 10

মৰিগাওঁত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ কাৰ্যালয় প্ৰাঙ্গনত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক কৰ্কট ৰোগৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰা এই অধিবেশন আজি মন্ত্ৰী কৌশিক ৰায়ে উদ্বোধন কৰে। কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা মৰিগাঁৱৰ জি...

March 22, 2025 12:57 PM March 22, 2025 12:57 PM

views 8

বিশ্ব পুতলা নাচ দিৱস উপলক্ষে কামৰূপ জিলাৰ পছৰীয়াত বিশেষ কার্যসূচী অনুষ্ঠিত

কামৰূপ জিলাৰ পছৰীয়াত সম্ভৱী অসম নামৰ সংস্থাটোৰ উদ্যোগত আৰু পছৰীয়া কুশল কোঁৱৰ হাইস্কুলৰ সহযোগত অঞ্চলটোৰ ৰাম সৰস্বতী প্ৰেক্ষাগৃহত কালি বিশ্ব পুতলা নাচ দিৱস উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত পুতলা নাচৰ জৰিয়তে ওজাপালি, ঢুলীয়া নাচ, নাগাৰা নাম আদি পৰিবেশন কৰাৰ উপৰি পূজাৰীসকলৰ গীত-মাতো পৰ...

March 22, 2025 12:16 PM March 22, 2025 12:16 PM

views 11

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন

ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি দিয়াৰ পাছতে ডিব্ৰুগড়ক উন্নয়নমূলক আঁচনি ৰূপায়ণৰ তৎপৰতা বৃদ্ধি পাইছে। ডিব্ৰুগড়ৰ খনিকৰত ৰাজ্যৰ দ্বিতীয় বিধানসভা গৃহ ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন...

March 22, 2025 12:14 PM March 22, 2025 12:14 PM

views 14

বিধানসভাত ৰূপজ্যোতি কুৰ্মীৰ অশোভনীয় আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্রতিক্রিয়া

মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালি অসম বিধানসভাত লোকনিৰ্মাণ বিভাগৰ কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত অনুষ্ঠিত আলোচনাৰ সময়ত বিধায়ক অখিল গগৈ আৰু বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে অশোভনীয় আচৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰিয়নি থানা চাৰিআলি, হেমলাই, চেলেংহ...