আঞ্চলিক সংবাদ

May 1, 2025 7:35 PM

views 29

ডিব্ৰুগড় জিলাত পঞ্চায়ত নিৰ্বাচনত ৮ লাখ ৭১ হাজাৰ ৯৭৫ ভোটদাতাই ভোটদান কৰিব

ডিব্ৰুগড় জিলাত আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প’লিং আৰু প্রিজাইডিং বিষয়াসকলে যাৱতীয় নথি-পত্ৰ সংগ্ৰহ কৰি ডিব্ৰুগড়, চাবুৱা আৰু লাহোৱাল সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ৮ লাখ ৭১ হাজাৰ ৯৭৫। ধেমাজি জিলাতো কাইলৈ ৫ লাখ ১০ হাজাৰ ৫৩৭ গৰাকী ভোটদ...

May 1, 2025 7:30 PM

views 38

শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৯১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে শিৱসাগৰ জিলাত ২মেত ভোটগ্ৰহণৰ বাবে দায়িত্ববাহী বিষয়া তথা সুৰক্ষা কৰ্মীসকল সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ। জিলাখনৰ বেতবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেতবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগি...

May 1, 2025 7:02 PM

views 33

অনলাইন ট্রেডিঙ বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তপন বৰাৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্রেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তার্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পার্থিব জ্যোতি শ‍ইকীয়াৰ বিচাৰপীঠে অভিযুক...

May 1, 2025 6:59 PM

views 63

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা, হেমকোষ প্রণেতা হেমচন্দ্ৰ বৰুৱাক সোঁৱৰণ

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হেমচন্দ্র বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শ্রদ্ধাঞ্জলি কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ চৌহদ...

May 1, 2025 7:58 PM

views 30

কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ কৈলাশ কলনীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণৰ লগতে প্ৰতিমূৰ্তি উন্মোচন কৰে

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বডোফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু এম চি ডি পাৰ্কত এখন ৰাজহুৱা সভাত ভাগ লয়। ৯ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ নেতাগৰাকীৰ...

May 1, 2025 12:14 PM

views 20

চৰাইদেউ জিলাৰ ক্রীড়া সংগঠক অঞ্জলী মোহন চেতিয়াক ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান

চৰাইদেউ জিলাৰ বিশিষ্ট ক্রীড়া সংগঠক তথা সমাজ সেৱিকা অঞ্জলী মোহন চেতিয়াক টাই-আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে কালি ২০২৫ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে। এই বঁটাত আছে এখন চেলেং, গামোচা, জাপি, এখন হেংডাং, সম্বর্ধনা পত্ৰ আৰু এটা স্মাৰক পত্ৰ। অনুষ্ঠানৰ লগত সংগতি ৰাখি ব্লক চেন মৌং শীর্ষক স...

May 1, 2025 12:09 PM

views 37

ভাষাৰ ওজা, হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসত ৰাজ্যবাসীৰ শ্রদ্ধাঞ্জলি

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজাগৰাকীক শ্রদ্ধাঞ্জলি জনোৱা হ'ব। বিশ্ববিদ্যালয়...

May 1, 2025 12:02 PM

views 14

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে বঙাইগাঁৱৰ পৰা নাজিবুল ইছলাম আৰু শ্ৰীভূমিৰ পৰা ছানাজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য ...

May 1, 2025 11:34 AM

views 38

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে কোকৰাঝাৰৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠান

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা উপস্থিত থাকিব। বডোফাৰ স্মৃতিত এবছুৱে আজি বিয়লি  ৫-৩০ বজাত বিটিআৰকে ...

May 1, 2025 11:21 AM

views 37

২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ মেঘালয়ৰ পৰা শিলচৰলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰ পৰা শিলচৰৰ ওচৰৰ পাঁচগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।