আঞ্চলিক সংবাদ

April 3, 2025 7:30 PM April 3, 2025 7:30 PM

views 15

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি...

April 3, 2025 9:40 PM April 3, 2025 9:40 PM

views 15

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল বাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰ...

April 3, 2025 1:28 PM April 3, 2025 1:28 PM

views 14

২০২৪-২৫ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ লাখৰো অধিক পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষৰ বিগত ছমাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৪ লাখৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ফলত উদ্যানখনত ১০ কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কর্তৃপক্ষই কালি এটা প্ৰেছ বিবৃতিযোগে প্রকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে যোৱা ছমাহত ১৭ হাজাৰ ৬৯৩ গৰাকী বিদেশী পর্...

April 3, 2025 1:16 PM April 3, 2025 1:16 PM

views 4

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছ...

April 3, 2025 1:12 PM April 3, 2025 1:12 PM

views 12

পৰম্পৰাগত অসমীয়া গহণাৰ জি আই টেগৰ স্বীকৃতি লাভ

পৰম্পৰাগত অসমীয়া গহণাই ভৌগোলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়কে কালি ৰত্ন আৰু গহণা উন্নয়ন পৰিষদ, অসমলৈ এই ভৌগোলিক সূচক স্বত্ত্ব প্ৰদান কৰে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধান...

April 3, 2025 1:06 PM April 3, 2025 1:06 PM

views 3

ৰাণা প্রতাপ কলিতালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান...

April 3, 2025 1:02 PM April 3, 2025 1:02 PM

views 15

দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি...

April 3, 2025 12:43 PM April 3, 2025 12:43 PM

views 3

লোকসভাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ

লোকসভাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ শশী থাৰুৰ, এছ পিৰ লালজী বাৰ্মা, শিৱসেনাৰ অৰবিন্দ চাবন্ত, টি এম চিৰ চায়নী ঘোষ আৰু আন আনসকলে এই প্রস্তার সন্দৰ্ভত সদনত ভাষণ দি ৰাজ্যত হিংসাত্মক পৰিস্থিতি আৰু স্থানীয় জনসাধাৰণে সম্মুখীন হোৱা দুৰ্গতিৰ বিষয়টো উত্থাপ...

April 2, 2025 1:33 PM April 2, 2025 1:33 PM

views 2

উদ্যম পঞ্জীয়ন প’ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটৰ পঞ্জীয়ন

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যম পঞ্জীয়ন প'ৰ্টেলত ৪ লাখ ৬০ হাজাৰৰো অধিক ঔদ্যোগীক গোটক পঞ্জীয়ন কৰা হৈছে। ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই প'ৰ্টেলৰ সহায়ত এনে উদ্যোগসমূহক এখন মঞ্চলৈ অনাৰ প্ৰয়াস কৰা হৈছিল। ২০২৩ চনৰ ১১ ফেব্ৰুৱা...

April 2, 2025 1:31 PM April 2, 2025 1:31 PM

views 8

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি ৰণজিৎ কুমাৰ দাসৰ প্ৰকাশ

অহা ১ জুলাইৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাই কোনো ধৰণৰ খাজনা দিব নালাগে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি তেজপুৰত প্ৰকাশ কৰে। তেওঁ কয়, যে কৰ কাটল নিদিয়াকৈ গ্ৰামাঞ্চলত ক্ষুদ্র কৃষকৰ লগতে দুগ্ধ পামৰ সৈতে জড়িতসকলে গ্ৰামাঞ্চলৰ বজাৰত নিজৰ উৎপাদিত সামগ্রী বিক্রি ক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।