April 12, 2025 8:51 PM April 12, 2025 8:51 PM
3
গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠক
ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ-এছ টেকৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পৰিষদৰ ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে বিতংকৈ আলোচনা কৰি প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হয়। এই সভাত তৃণমূল...