April 16, 2025 12:30 PM April 16, 2025 12:30 PM
16
পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা বৃহস্পতিবাৰে প্ৰকাশ পাব
ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি চলাই আছে। বিভিন্ন ঠাইত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। জিলা আয়ুক্তসকলে ভিন ভিন স্থানত স্থাপন হ’বলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰাৰ উপৰি নিৰ্বাচনৰ বিভিন্ন দিশ তথা কা...